গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

এনএছচিএন (কে) নিকিৰ সৈতে যুদ্ধবিৰতি চুক্তি ৮ ছেপ্টেম্বৰৰ পৰা আগন্তুক এবছৰলৈ বৃদ্ধি কৰা হৈছে

পোষ্ট কৰা হৈছে: 07 SEP 2022 6:49PM by PIB Guwahati

ভাৰত চৰকাৰ আৰু নাগালেণ্ডৰ নেচনেল ছচিয়েলিষ্ট কাউঞ্চিল (কে) নিকি গোটৰ মাজত যুদ্ধবিৰতি চুক্তি চলি আছে।

 এনএছচিএন (কে) নিকিৰ সৈতে যুদ্ধবিৰতি চুক্তি ০৮.০৯.২০২২ ৰ পৰা ০৭.০৯.২০২৩ তাৰিখলৈ এবছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

***

 

NW/RK/AY/RR/MANN


(ৰিলিজ আই ডি : 1857692) অতিথি কক্ষ : 232
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Manipuri