কেবিনেট
ভাৰতীয় পৰিবহণ খণ্ডটোত আইটিএফৰ ক্ৰিয়া-কলাপত সহায়ক হোৱাকৈ ভাৰত আৰু ফ্ৰান্সৰ মাজত চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
17 AUG 2022 3:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটক আন্তঃৰাষ্ট্ৰীয় পৰিবহণ মঞ্চৰ হৈ ফ্ৰান্সৰ অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থা আৰু আৰু ভাৰতৰ প্ৰযুক্তি তথ্য, পূৰ্বাভাস আৰু মূল্যায়ন পৰিষদ (TIFAC) ৰ মাজত চুক্তি স্বাক্ষৰ সম্পৰ্কে অৱগত কৰা হয়। এই চুক্তিয়ে ভাৰতীয় পৰিবহণ খণ্ডটোত আন্তঃৰাষ্ট্ৰীয় পৰিবহণ মঞ্চ (ITF) ৰ ক্ৰিয়া-কলাপত সহযোগিতা আগবঢ়াব।
৬ জুলাই, ২০২২ ত এই চুক্তি স্বাক্ষৰিত হৈছিল।
এই চুক্তিৰ অধীনত সমাপন কৰিবলগীয়া ক্ৰিয়া-কলাপসমূহে নিম্নোক্ত ফলাফলৰ সূচনা কৰিবঃ
-
- i. নতুন বৈজ্ঞানিক ফলাফল;
- ii. নতুন নীতিৰ অন্তৰ্দৃষ্টি;
- iii. বৈজ্ঞানিক বিনিময় বৃদ্ধিৰ জৰিয়তে সামৰ্থ্য বিকাশ
- iv. ভাৰতৰ পৰিবহণ খণ্ডৰ ডিকাৰ্বনাইজেশ্যনৰ বাবে প্ৰযুক্তিৰ বিকল্প চিনাক্তকৰণ।
***
DS/SB
(रिलीज़ आईडी: 1852856)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam