প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 JUL 2022 9:48PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰে আৰু অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ

"শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জীক সাক্ষাৎ কৰো আৰু অভিনন্দন জনাওঁ।"

 

***

DS/SH/SB


(रिलीज़ आईडी: 1844101) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam