ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৩ ৰ পৰা ৬ মে’লৈ অসম আৰু মিজোৰাম ভ্ৰমণ কৰিব

प्रविष्टि तिथि: 02 MAY 2022 8:08PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে ২০২২ চনৰ পৰা মে'লৈ অসম আৰু মিজোৰাম ভ্ৰমণ কৰিব। 

২০২২ চনৰ মে'ত ৰাষ্ট্ৰপতিয়ে অসমৰ তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক সন্মিলনত ভাষণ দিব।  একেদিনাই তেওঁ আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ড’নাৰ মন্ত্ৰালয়ে আয়োজন কৰা গুৱাহাটীত উত্তৰ-পূব মহোৎসৱৰ সামৰণি অনুষ্ঠানতো উপস্থিত থাকিব।    

২০২২ চনৰ মে'ত ৰাষ্ট্ৰপতিয়ে আইজলত মিজোৰাম বিশ্ববিদ্যালয়ৰ ষোল্লতম দীক্ষান্ত সমাৰোহ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব।

 

***

DS/AK/MANN


(रिलीज़ आईडी: 1822578) आगंतुक पटल : 294
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri