প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
25 SEP 2021 9:09AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়জীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘একাত্ম মানৱ দৰ্শনৰ ৰচয়িতা পণ্ডিত দীনদয়াল উপাধ্যায়জীক তেওঁৰ জন্ম জয়ন্তীত কোটি কোটি প্ৰণাম। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ চিন্তাধাৰাই দেশবাসীক সদায়ে অনুপ্ৰাণিত কৰিব।’
,
****
DS/SH/KG
(ৰিলিজ আই ডি : 1768447)
অতিথি কক্ষ : 164
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam