PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 21 MAY 2021 1:31PM by PIB Guwahati

 

#Unite2FightCorona

#IndiaFightsCorona

 

দেশজুৰি মুঠ টীকাকৰণৰ পৰিমাণ ১৯ কোটিৰো অধিক হৈছে

  • যোৱা ২৪ ঘণ্টাত ভাৰতে পূৰ্বতকৈ সৰ্বাধিক ২০.৬১ লাখ পৰীক্ষা কৰে; আন এটা নতুন অভিলেখ
  • দৈনিক সক্ৰিয়তাৰ হাৰ ১২.৫৯%লৈ অৱনমিত
  • ধাৰাবাহিকভাৱে দিনলৈ দৈনিক আৰোগ্যৰ সংখ্যা দৈনিক নতুন ঘটনাৰ অধিক
  • একেৰাহে পাঁচ দিন ধৰি দৈনিক নতুন ঘটনাৰ সংখ্যা লাখতকৈ কম

সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleasePage.aspx?PRID=1720526

 

দেশব্যাপিআয়ুস ক ভিড-১৯ কাউন্সেলিং হেল্পলাইনকাৰ্যক্ষম

টল-ফ্ৰী নম্বৰ হৈছে ১৪৪৪৩ সপ্তাহৰ ৭ দিনেই পুৱা ৬ বজাৰ পৰা নিশা ১২ বজালৈকে সমগ্ৰ ভাৰতত হেল্পলাইন কাৰ্যক্ষম১৪৪৪৩ হেল্পলাইনৰ জৰিয়তে, সৰ্বসাধাৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আয়ুসৰ বিভিন্ন শাখাৰ বিশেষজ্ঞসকল, যেনে আয়ুৰ্বেদ, হোমিঅ'পেথি, যোগ, নেচাৰপেথী, ইউনানী আৰু সিদ্ধ উপলব্ধ হ এই বিশেষজ্ঞসকলে ৰোগীক কেৱল যাবতীয় পৰামৰ্শ দিয়াই নহয়, নিকটৱৰ্ত্তী আয়ুস ব্যৱস্থাৰ বিষয়েও অৱগত কৰিব

সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleasePage.aspx?PRID=1720519

 

ভিড-১৯ৰ দ্বিতীয় লহৰৰ প্ৰতি লক্ষ্য ৰাখি সংক্ৰমণৰ আশংকা থকা লোকৰ বাবে বৰ্তমান থকা সুবিধাৱলীৰ পুনৰীক্ষণ কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (এমএইচএ) ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলসমূহলৈ পৰামৰ্শ জাৰি কৰিছে

মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু অনুসূচিত জাতি/অনুসূচিত জনজাতিকে ধৰি সমাজৰ আক্ৰান্ত হব পৰা শ্ৰেণীৰ লোকৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিব যাতে নোৱাৰে তাৰ ওপৰত চৰকাৰে উচ্চ অগ্ৰাধিকাৰ দিছে আৰু মানৱ সৰবৰাহ ৰোধ কৰিবলৈ প্ৰতিষ্ঠানিক ব্যৱস্থাপনা গঢ়ি তুলিছে

ভিড-১৯ মহামাৰীৰ দ্বিতীয় লহৰৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি, বিশেষকৈ দুৰ্বল লোকৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পুনৰ ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলসমূহলৈ পৰামৰ্শ জাৰি কৰি সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক বিশেষকৈ কভিড-১৯ৰ ফলত পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা শিশুৰ যতন লবলৈ কৈছে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে থকা বৰ্তমানৰ ব্যৱস্থাপনাৰ পুনৰীক্ষণ কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছে

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1720544

 

গুৰুত্বপূৰ্ণ টুইটসমূহ

 

পিআইবিৰ ফেক্ট চেক

*****



(Release ID: 1720814) Visitor Counter : 147


Read this release in: English , Marathi , Bengali