PIB Headquarters

কোভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 10 MAY 2021 6:54PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

বৰ্তমানলৈকে ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশক প্ৰায় ১৮ কোটি বিনামূলীয়াকৈ দিছে

ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহত এতিয়াও দিব পৰাকৈ কোটিতকৈও অধিক আছেঅহা দিনত অতিৰিক্তভাৱে লাখতকৈ অধিক ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহে পাব

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717358

ক’ভিড সাহায্য সামগ্ৰীৰ শেহতীয়া তথ্যঃ ৮৯০০ অক্সিজেন কনচেণ্ট্ৰেটৰ্ছ; ৫০৪৩ অক্সিজেন চিলিণ্ডাৰ; ১৮ অক্সিজেন জেনেৰেচন প্লাণ্ট; ৫৬৯৮ ভেণ্টিলেটৰ/বাই পিএপি; প্ৰায় .৪এল ৰেমডেছিভিৰ ভায়েলছ বৰ্তমানলৈকে আদায় দিয়া হৈছে

দেশত ভিডৰ অনাকাঙ্ক্ষিত আক্ৰমণৰ বিৰুদ্ধে যুঁজ বৃদ্ধি কৰিবলৈ ভাৰত চৰকাৰে ২৭ এপ্ৰিল, ২০২১ৰ পৰা বিভিন্ন দেশ আৰু প্ৰতিষ্ঠানৰ পৰা আন্তৰ্জাতিক দান আৰু ভিড-১৯ চিকিৎসাৰ সাহায্য আৰু সামগ্ৰী লাভ কৰি আছে

২৭ এপ্ৰিল, ২০২১ৰ পৰা ০৯ মে’, ২০২১লৈ মুঠ ৮৯০০ অক্সিজেন কনচেণ্ট্ৰেটৰ্ছ; ৫০৪৩ অক্সিজেন চিলিণ্ডাৰ; ১৮ অক্সিজেন জেনেৰেচন প্লাণ্ট; ৫৬৯৮ ভেণ্টিলেটৰ/বাই পিএপি; প্ৰায় .৪এল ৰেমডেছিভিৰ ভায়েলছ বৰ্তমানলৈকে স্থলপথ আৰু বায়ুপথেৰে আদায় দিয়া হৈছে

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717439

ভাৰতৰ মুঠ টীকাকৰণৰ পৰিমাণে ১৭ কোটি জৰ অভিলেখ স্পৰ্শ কৰিছে; ভাৰত ১৭ কোটি ভেকচিন প্ৰদান কৰি বিশ্বৰ দ্ৰুততম দেশ

  • দেশত এই পৰ্যন্ত ১৭ কোটিৰ অধিক ভেকচিন দিয়া হৈছে
  • বিশ্বৰ অন্যান্য দেশৰ তুলনাত ভাৰতে দ্ৰুততাৰে ১৯ কোটি ভেকচিন দিছে
  • ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ২০.৩১ লাখতকৈও অধিক সুফলভোগীক টীকা দিয়া হৈছে
  • যোৱা ১০ দিনত দৈনিক গড়ে আৰোগ্য লাভ কৰিছে .২৮ লাখ মানুহে
  • জাতীয় মৃত্যুৰ হাৰ কমি বৰ্তমান .০৯% হৈছেগৈ
  • দমন আৰু দিউ, দাদৰা আৰু নগৰহাভেলি আৰু অৰুণাচল প্ৰদেশ-এই তিনিখন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ পৰা যোৱা ২৪ ঘণ্টাত কৰোণা আক্ৰান্ত হৈ কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই
  • সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717365

অক্সিজেন এক্সপ্ৰেছে এদিনতে অভিলেখ পৰিমাণৰ ৮৩১ মেট্ৰিক টন এলএমঅআদায় দিছে; ৭৫খন অক্সিজেন এক্সপ্ৰেছে নিজৰ যাত্ৰা সম্পূৰ্ণ কৰিছে

ভাৰতীয় ৰে'লৱেই দেশৰ বিভিন্ন ৰাজ্যত তৰল মেডিকেল অক্সিজেন (এলএমঅ’) আদায় দি সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717449

আইএনএছ ঐৰাৱতে ক্ৰায়জেনিক অক্সিজেন টেংক আৰু অক্সিজেন চিলিণ্ডাৰসহ জটিল চিকিৎসা সামগ্ৰী ছিংগাপুৰৰ পৰা বিশাখাপট্টনমলৈ আনিছে

চলিতসমুদ্ৰ সেতু২ৰ অংশ হিচাপে ভিড-১৯ৰ বিৰুদ্ধে দেশৰ যুঁজক সহায় কৰিবলৈ ক্ৰায়জেনিক অক্সিজেন টেংক আৰু অন্য জটিল ভিড চিকিৎসা সামগ্ৰীৰ লগতে ৩৮৯৮টা অক্সিজেন চিলিণ্ডাৰ লৈ ছিংগাপুৰৰ পৰা আইএনএছ ঐৰাৱত ১০ মে’, ২০২১ত বিশাখাপট্টনম আহি পায়

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717452

ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌসেনাই ভিড-১৯ৰ দ্বিতীয় লহৰত যুদ্ধকালীনভাৱে কাম কৰি আছে

ভাৰতীয় বায়ু সেনা (আইএএফ) আৰু ভাৰতীয় নৌসেনাই (আইএন) বৰ্তমানৰ ভিড-১৯ পৰস্থিতিৰে মোকাবিলা কৰিবলৈ চিকিৎসা সামগ্ৰী কঢ়িওৱাত অবিশ্ৰান্তভাৱে কাম কৰি আছে

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717445

অধিক উৎপাদন আৰু আমদানি, পিএছএ প্লাণ্ট স্থাপন আৰু অক্সিজেন কনচেণ্ট্ৰেটৰ্ছ সংগ্ৰহৰ জৰিয়তে অক্সিজেনৰ পৰ্যাপ্ততা বাঢ়িছে

অক্সিজেনৰ বৰ্ধিত চাহিদা পূৰাবলৈ কেন্দ্ৰীয় চৰকাৰে দেশত অক্সিজেনৰ পৰ্যাপ্ততা বৃদ্ধি কৰিবলৈ, বিতৰণ অব্যাহত ৰাখিবলৈ আৰু অক্সিজেন জমা কৰাৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ প্ৰধান পদক্ষেপ গ্ৰহণ কৰিছে

উৎপাদন ক্ষমতা বৃদ্ধি কৰি, প্ৰেছাৰ ছুইং এবজৰ্পচন (পিএছএ) প্ৰকল্প স্থাপন কৰি, তৰল মেডিকেল অক্সিজেন আমদানি কৰি আৰু অক্সিজেন কনচেণ্ট্ৰেটৰ্ছ সংগ্ৰহ কৰি অক্সিজেনৰ পৰ্যাপ্ততা বৃদ্ধি কৰা হৈছে

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717459

সমুদ্ৰ সেতু ২ৰ অংশ হিচাপে ভাৰতীয় নৌ জাহাজ ত্ৰিকন্দ মুম্বাই আহি পাইছে

সমুদ্ৰ সেতু২ অভিযানৰ অংশ হিচাপে ভাৰতীয় নৌ জাহাজ ত্ৰিকন্দক তৰল মেডিকেল অক্সিজেন, ক্ৰায়জেনিক কণ্টেইনাৰ হামাড ৰ্ট, কাটাৰৰ পৰা মুম্বাইলৈ আনিবলৈ নিযুক্ত কৰা হৈছিল জাহাজখন ০৫ মে২০২১ত কাটাৰত প্ৰৱেশ কৰে আৰু ৪০ মেট্ৰিক টন তৰল অক্সিজেনসহ ১০ মে২০২১ত মুম্বাই পায়হি

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717443

কেন্দ্ৰীয় চৰকাৰৰ পৰা ভিড-১৯ টীকাকৰণৰ বাবে ব্যয়ৰ ব্যৱস্থা নথকা কথাটো তথ্যগতভাৱে অশুদ্ধঃ বিত্ত মন্ত্ৰালয়

দ্য প্ৰিণ্ট মোদী চৰকাৰৰ ভেকচিন পুঁজিৰ বাস্তৱতাঃ ৩৫,০০০ কোটি টকা ৰাজ্যৰ বাবে, কেন্দ্ৰৰ বাবে শূন্যশিৰোনামেৰে প্ৰকাশিত বাতৰি সন্দৰ্ভত এই কথা উল্লেখ কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে ভিড-১৯ টীকাকৰণৰ বাবে পুঁজিৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰাটো তথ্যগতভাৱে অশুদ্ধ

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717405

ডিজিএফটিৰ ভিড-১৯ হেল্পডেস্কে আন্তৰ্জাতিক বাণিজ্য বিষয়ক ইছ্যুবিলাক সমাধা কৰি আছে

ভিড-১৯ ঘটনাৰ পৰিপ্ৰেক্ষিতত বাণিজ্য বিভাগৰ ডাইৰেক্টৰ জেনেৰেল অফ ফৰেইন ট্ৰেড (ডিজিএফটি) ‘ভিড-১৯ হেল্পডেস্কে২৬-০৪-২০২১ৰ পৰা এতিয়ালৈকে বাণিজ্য আৰু উদ্যোগ খণ্ডই সন্মুখীন হোৱা অসুবিধাবিলাক নোহোৱা কৰিবলৈ খৰতকীয়াকৈ তথ্য সংগ্ৰহ কৰিছে আৰু সিবিলাক সমাধানৰ দিহা কৰিছে

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717428

কৰোণাৰ বিৰুদ্ধে যুঁজত ৰাঁচী বিমান বন্দৰে অৰিহণা যোগাইছেঃ চিকিৎসা সামগ্ৰীৰ পৰিবহন পলম নকৰাকৈ সম্পূৰ্ণ কৰিছে

কৰোণা মহামাৰীৰে মোকাবিলা কৰিবলৈ দেশৰ বিমান বন্দৰসমূহে তৎপৰতাৰে কাম কৰি আছে আৰু এই মহামাৰীৰ বিৰুদ্ধে দেশে চলোৱা যুঁজৰ প্ৰতি সহযোগিতা আগবঢ়াইছে ৰাঁচী বিমান বন্দৰেও চিকিৎসা সামগ্ৰী আৰু বিভিন্ন সজুলি যেনে অক্সিজেন টেংকাৰ, অক্সিজেন কনচেণ্ট্ৰেটৰ্ছ, নজেল, ভিড-১৯ ভেকচিন, বেজী, টেষ্ট কীটছ আৰু ঔষধৰ পৰিবহনৰ ব্যৱস্থা কৰিছে

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717474

দিল্লী এনচিআৰত ইএছআইচিয়ে দুখন হস্পিটেলত অক্সিজেন প্ৰকল্প স্থাপন কৰে; এই হস্পিটেলত জটিল চিকিৎসাৰ সুবিধা প্ৰদান কৰা

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত ইএছআইচিয়ে দিল্লীৰ এনচিআৰ এলেকাৰ দুখন হস্পিটেলত অক্সিজেন প্ৰকল্প স্থাপন কৰিছে

সবিশেষ জানিবলৈঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1717301

 

 

 

 

গুৰুত্বপূৰ্ণ টুইট

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা পোৱা ইনপুট

  • অসমঃ ৰাজ্যখনত দেওবাৰে ভিড-১৯ত ৪৮জন লোকে প্ৰাণ হেৰুৱায় ৰাজ্যখনত ,২৯৯টা নতুন সংক্ৰমণ, ৩৬,১৩৫টা পৰীক্ষা কৰা হৈছে, পজিটিভিটীৰ হাৰ .১৩
  • মণিপুৰঃ মণিপুৰত দেওবাৰে ৫৭৯টা নতুন ভিড-১৯ পজিটিভ ঘটনা আৰু ১৫টা মৃত্যু নথিভুক্ত কৰা হৈছে
  • মেঘালয়ঃ ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ১৮টা মৃত্যু আৰু ৪১৮টা নতুন ভিড-১৯ ঘটনা নথিভুক্ত হৈছে মুঠ সক্ৰিয় ঘটনা হৈছে ,৮৯৯, মৃত্যুৰ সংখ্যা হৈছে ২২৮
  • ছিক্কিমঃছিক্কিমত ২২৭টা নতুন ঘটনা আৰু ২টা ভিড মৃত্যু নথিভুক্ত কৰা হৈছে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ,৬৩৭টা
  • ত্ৰিপুৰাঃ নতুন সংক্ৰমণ ৩৫১টা আৰু ১টা মৃত্যু যোৱা ২৪ ঘণ্টাত নথিভুক্ত কৰা হৈছে
  • নাগালেণ্ডঃ নাগালেণ্ডত দেওবাৰে ২৩৭টা নতুন ভিডৰ ঘটনা আৰু ৩টা মৃত্যু নথিভুক্ত কৰা হৈছে
  • কেৰালাঃ ৰাজ্যখনত দেওবাৰে ৩৫,৮০১টা নতুন ভিডৰ ঘটনা নথিভুক্ত কৰা হৈছে৬৮টা নতুন মৃত্যুসহ মৃত্যুৰ মুঠ ঘটনা হৈছে ৫৮১৪
  • তামিলনাডুঃ তামিলনাডুত দেওবাৰে ২৮,৮৯৭টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে, মুঠ ঘটনাৰ সংখ্যা হৈছে ১৩.৮০ লাখ, ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ২৩৬জনৰ, ইয়াৰ লগে লগে মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১৫,৬৪৮
  • পুডুচেৰীঃ দেওবাৰে ২৬টা ভিড সংক্ৰান্তীয় মৃত্যু নথিভুক্ত কৰা হৈছে, যিটো হৈছে এদিনতে হোৱা মৃত্যুৰ সৰ্বাধিক সংখ্যা, ইয়াৰ লগে লগে মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ৯৬৫ কেন্দ্ৰীয় শাসিত অঞ্চলটোত এদিনতে নতুন ঘটনা হৈছে ১৬৩৩, মুঠ ঘটনাৰ সংখ্যা হৈছে ৭১,৭০৯
  • কৰ্ণাটকঃ ০৯-০৫-২০২১ত প্ৰকাশিত ৰাজ্য চৰকাৰৰ বুলেটিন অনুসৰি, নতুন ঘটনা নথিভুক্ত হৈছে ৪৭৯৩০, মুঠ সক্ৰিয় ঘটনা হৈছে ৫৬৪৪৮৫, নতুন ভিড মৃত্যু হৈছে ৪৯০, মুঠ ভিডৰ মৃত্যু হৈছে ১৮৭৭৬
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ,০৫,৪৯৪টা পৰীক্ষাৰ পাছত ২২,১৬৪টা নতুন ভিড-১৯ ঘটনা নথিভুক্ত হৈছে আৰু ৯২টা মৃত্যু, ১৮,৮৩২জন আৰোগ্য হৈছে
  • তেলেংগানাঃ ৰাজ্যখনত ,৯৭৬টা নতুন ভিড-১৯ ঘটনা আৰু ৩৫টা মৃত্যু দেওবাৰে নথিভুক্ত কৰা হৈছে আৰু ইয়াৰ লগে লগে মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ,৭৩৯, পজিটিভ ঘটনাৰ মুঠ সংখ্যা হ লগৈ ,৯৭,৩৬১
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত আজি নতুন ঘটনাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য হ্ৰাস পৰিলক্ষিত হৈছে, ৰাজ্যখনত শনিবাৰৰ তুলনাত ,২০৪টা ঘটনা কমকৈ নথিভুক্ত হৈছিল  কালি, ২৪ ঘণ্টাত ৰাজ্যখনত ৫৩,৬০৫টা ঘটনা নথিভুক্ত হৈছিল
  • গুজৰাটঃ গুজৰাটত কালি ১১,০৮৪টা ভিড-১৯ৰ নতুন ঘটনা নথিভুক্ত কৰা হৈছে যোৱা ২৪ ঘণ্টাত ১৪,৭৭০জন ৰোগী আৰোগ্য হৈছে আৰু হস্পিটেলৰ পৰা যাবলৈ দিয়া হৈছে
  • ৰাজস্থানঃ আজি পুৱা বজাৰ পৰা ৰাজস্থানত দুসপ্তাহৰ লকডাউন দিয়া হৈছে ২৪ মেলৈকে এই লকডাউন কাৰ্যকৰী
  • মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশত কালি ১১০৫১টা ঘটনা নথিভুক্ত হৈছিল যোৱা দুদিনত সক্ৰিয় ঘটনাৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ,০২,৪৮৬
  • ছত্তিশগড়ঃ ছত্তিশগড়ত সাংবাদিক আৰু অধিবক্তা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো আগশাৰীৰ কৰ্মী হিচাপে ধৰা আৰু ভিড টীকাকৰণত অগ্ৰাধিকাৰ দিয়া
  • পঞ্জাৱঃ সক্ৰিয় হিচাপে প্ৰতিপন্ন হোৱা ৰোগীৰ মুঠ সংখ্যা হৈছে ৪৪২১২৫ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৭৪৩৪৩ মুঠ মৃত্যু নথিভুক্ত হৈছে ১০৫০৬
  • হাৰিয়ানাঃ বৰ্তমানলৈকে পোৱা সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬১৫৮৯৭ মুঠ সক্ৰিয় ভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ১১৬৮৬৭ মৃত্যুৰ সংখ্যা হৈছে ৫৬০৫ বৰ্তমানলৈকে টীকাকৰণৰ সংখ্যা হৈছে ৪৩৬০১২৮
  • চণ্ডীগড়ঃ লেবত নিশ্চিত হোৱা ভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ৫০২০৭ মুঠ সক্ৰিয় ঘটনা হৈছে ৮৫১১ বৰ্তমানলৈকে ভিড-১৯ত মৃত্যুৰ সংখ্যা হৈছে ৫৬৮
  • হিমাচল প্ৰদেশঃ বৰ্তমানলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৩১৪২৩ মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩২৪৬৯ বৰ্তমানলৈকে নথিভুক্ত মৃত্যুৰ সংখ্যা হৈছে ১৮৭২

 

 

ফেক্ট চেক

 

MV/AP

*****



(Release ID: 1717672) Visitor Counter : 136