PIB Headquarters

কোভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 06 MAY 2021 2:13PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

ভাৰত চৰকাৰে বৰ্তমানলৈকে ১৭.১৫ কোটিতকৈও অধিক ভেকচিন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহক বিনামূলীয়াকৈ দিছে

ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশ সমূহত এতিয়াও ৮৯ লাখতকৈ অধিক দিব পৰাকৈ আছে অহা দিনৰ ভিতৰত ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশে ২৮ লাখৰো অধিক অতিৰিক্তভাৱে লাভ কৰিব

সবিশেষ জানিবলৈঃ

 

ইণ্ডিয়ান কাষ্টমছত অক্সিজেন কনচেণ্ট্ৰেটৰ্ছ ৰৈ থকা নাই

কিছুমান সংবাদ মাধ্যমত কোৱা হৈছে যে কাষ্টম কৰ্তৃপক্ষৰ পৰা অনুমতি পাবলৈ কাষ্টম ৱেৰহাউছত অক্সিজেন কনচেণ্ট্ৰেটৰ্ছ ৰৈ আছে এই বাতৰি সম্পূৰ্ণৰূপে অশুদ্ধ, প্ৰকৃত সত্যৰ ওপৰত আধাৰিত নহয় আৰু ভিত্তিহীনআন্তৰ্জাতিক সাহায্য সামগ্ৰী হিচাপে ৩০০০ অক্সিজেন কনচেণ্ট্ৰেটৰ্ছ দেশত পোৱা হৈছে; এনেদৰে পোৱা সকলো সামগ্ৰী আদায় দিয়া হৈছে কাষ্টম কৰ্তৃপক্ষই অক্সিজেন কনচেণ্ট্ৰেটৰ্ছৰ দ্ৰুত আদায়ৰ দায়িত্ব সম্পূৰ্ণ কৰিবলৈ ২৪× কাম কৰি আছে

সবিশেষ জানিবলৈঃ

 

বিশ্ব সম্প্ৰদায়ৰ পৰা কেন্দ্ৰই লাভ কৰা ভিড-১৯ সামগ্ৰীৰ ফলপ্ৰসু আৱণ্টনে ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশলৈ সমলৰ স্থিতি বৃদ্ধি কৰিছে

ভাৰত চৰকাৰে বিভিন্ন দেশৰ পৰা ২৭ এপ্ৰিল, ২০২১ৰ পৰা ভিড-১৯ সাহায্য, চিকিৎসা সামগ্ৰী আৰু আহিলা আন্তৰ্জাতিক দান/সাহায্য লাভ কৰি আছে এতিয়ালৈকে লাভ কৰা সকলো সামগ্ৰী ৰাজ্য/প্ৰতিষ্ঠান আৰু পৰিপূৰক অংশবিলাকলৈ আৱণ্টন দিয়া হৈছে এয়া এক চলিথকা কাৰ্য ইয়াৰ লক্ষ্য হৈছে এই জটিল সময়ত ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশসমূহে চলাই থকা প্ৰচেষ্টাৰ প্ৰতি বিভিন্ন উপায় আৰু পদক্ষেপেৰে সকলো সহযোগিতা আৰু সমৰ্থন আগবঢ়োৱা টীকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ত ১৮-৪৪ বয়সৰ লাখতকৈ অধিক সুফলভোগীক টীকা দিয়া হৈছে

যোৱা ২৪ ঘণ্টাত এক স্থিৰ গতিত .২৯ লাখতকৈ অধিক আৰোগ্য হৈছে এপ্ৰিল মাহত গড় সাপ্তাহিক আৰোগ্য প্ৰায় ৫৩ হাজাৰৰ পৰা লাখলৈ বৃদ্ধি পাইছে

সবিশেষ জানিবলৈঃ

ইণ্ডিয়ান নেভীয়ে ভিড সাহায্য অভিযান চলাই আছেঃ নখন যুদ্ধজাহাজে বাহিৰৰ পৰা অক্সিজেন, চিকিৎসা সামগ্ৰী পৰিবহন কৰি আছে

ইণ্ডিয়ান নেভীয়ে ইয়াৰ ভিড সাহায্য অভিযান সমুদ্ৰ সেতু মুম্বাই, বিশাখাপট্টনম আৰু কোচিত থকা সকলো নৌ কমাণ্ডছৰ জাহাজৰ জৰিয়তে চলাই আছে, পাৰ্ছিয়ান উপকূল আৰু দক্ষিণ পূৱ এছিয়াৰ বন্ধু দেশৰ পৰা অহা তৰল মেডিকেল অক্সিজেন আৰু সংলগ্ন চিকিৎসা সামগ্ৰী কঢ়িওৱা কামত নিয়োজিত হৈ আছে

 

For Details :

 

গুৰুত্বপূৰ্ণ টুইট

*****



(Release ID: 1716608) Visitor Counter : 130


Read this release in: English , Marathi , Punjabi