স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কোভিড ১৯ টীকাকৰণ-দিৱস ৭১

৫.৯৪ কোটিতকৈ অধিক কোভিড ১৯ ভেকচিনৰ পালি দিয়া হৈছে

আজি নিশা ৮ বজালৈকে ১৩.৮৩ লাখ ভেকচিনৰ পালি দিয়া হৈছে

Posted On: 27 MAR 2021 9:08PM by PIB Guwahati

দেশত প্ৰদান কৰা কোভিড ১৯ ভেকচিনৰ মুঠ পালিৰ সংখ্যাই আজি ৫.৯৪ কোটি অতিক্ৰম কৰিলে।

 

আজি নিশা ৮ বজালৈকে প্ৰভিজনেল ৰিপ'ৰ্ট অনুসৰি মুঠ ৫,৯৪,৯২,৮২৪ পালি ভেকচিন দিয়া হৈছে।

 

ইয়াৰ ভিতৰত আছে ৮১,২৬,৭৭৬জন এইচচিডব্লিউ যি প্ৰথম পালি ইতিপূৰ্বে লৈছিল আৰু ৫১,৬২,৬৭৯জন এইচচিডব্লিউ যি দ্বিতীয় পালি ল'লে, ৮৮,২৭,১২৪জন এফএলডব্লিউ (প্ৰথম পালি), ৩৫,৮৩,০৬০জন এফএলডব্লিউ (দ্বিতীয় পালি), ২,৭৩,১৮,৮১০জন ৬০ বছৰৰ ওপৰৰ সুফলভোগী আৰু ৬৪,৭৪,৩৭৫জন ৪৫ বছৰৰ ওপৰৰ সহৰুগ্নতা বিশিষ্ট সুফলভোগী।

 

 

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৮১,২৬,৭৭৬

৫১,৬২,৬৭৯

৮৮,২৭,১২৪

৩৫,৮৩,০৬০

৬৪,৭৪,৩৭৫

২,৭৩,১৮,৮১০

 

দেশজোৰা কোভিড ১৯ টীকাকৰণৰ ৭১তম দিনা আজি নিশা ৮ বজালৈকে মুঠ ১৩,৮৩,০৫১ পালি ভেকচিন দিয়া হয়। প্ৰভিজনেল ৰিপ'ৰ্ট অনুসৰি, ইয়াৰ ভিতৰত ১৩,২০,৪৬৭জন সুফলভোগীক প্ৰথম পালি দিয়া হৈছে আৰু ৬২,৫৮৪জন এইচচিডব্লিউ আৰু এফএলডব্লিউৱে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে। নিশালৈ দিনটোৰ চূড়ান্ত ৰিপ'ৰ্ট সম্পূৰ্ণ হ'ব।

 

 

তাৰিখঃ ২৭ মাৰ্চ, ২০২১

এইচচিডব্লিউ

এফএলডব্লিউ

৪৫ৰ পৰা <৬০ বছৰৰ সহৰুগ্নতা

৬০ বছৰৰ অধিক

মুঠ প্ৰাপ্তি

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

৩০,০৮৯

১৮,৬৬৮

৭৪,৫৫৮

৪৩,৯১৬

৩,০২,৩৪৩

৯,১৩,৪৭৭

১৩,২০,৪৬৭

৬২,৫৮৪

 

********

MV


(Release ID: 1708182) Visitor Counter : 159


Read this release in: English , Urdu , Hindi