স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড ১৯ ৰ টিকাদান- দিন ৬৭
ক’ভিড-১৯ ৰ টিকাদানত লক্ষ্যণীয় মাইলৰ খুঁটি অতিক্ৰম ভাৰতৰ- ৫ কোটিৰো অধিক পালি ক’ভিড ১৯ ৰ ভেকচিন প্ৰদান
আজি সন্ধিয়া ৭ বজা পৰ্যন্ত ১৫.৮০ লাখ পালি ভেকচিন প্ৰদান
प्रविष्टि तिथि:
23 MAR 2021 9:19PM by PIB Guwahati
বিশ্ব মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ভাৰতে লক্ষ্যণীয় মাইলৰ খুঁটি অতিক্ৰম কৰিছে। আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিনৰ মুঠ পালিৰ সংখ্যাই ৫ কোটি অতিক্ৰম কৰিলে।
আজি সন্ধিয়া ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, মুঠ ৫,০০,৭৫,১৬২ পালি ভেকচিন প্ৰদান কৰা হৈছে।
ইয়াত অন্তৰ্ভুক্ত হৈছে ৭৯,০৩,০৬৮ হেল্থ কেয়াৰ কৰ্মী যিয়ে ১ম পালি লাভ কৰিছে আৰু ২য় পালি লাভ কৰিছে ৫০,০৯,২৫২ হেল্থ কেয়াৰ কৰ্মীয়ে, ৮৩,৩৩,৭১৩ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৩০,৬০,০৬০ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ২,১২,০৩,৭০০ হিতাধিকাৰী হৈছে ৬০ বছৰ বয়সৰ উৰ্ধ আৰু ৪৫,৬৫,৩৬৯ হিতাধিকাৰী হৈছে নিৰ্দিষ্ট ৰোগসমূহত ভুগি থকা ৪৫ বছৰ বয়স আৰু তাৰ উৰ্ধ লোক।
|
হেল্থ কেয়াৰ কৰ্মী
|
ফ্ৰন্ট লাইন কৰ্মী
|
ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০
|
৬০ বছৰৰ উৰ্ধ
|
|
১ম পালি
|
২য় পালি
|
১ম পালি
|
২য় পালি
|
১ম পালি
|
১ম পালি
|
|
৭৯,০৩,০৬৮
|
৫০,০৯,২৫২
|
৮৩,৩৩,৭১৩
|
৩০,৬০,০৬০
|
৪৫,৬৫,৩৬৯
|
২,১২,০৩,৭০০
|
ৰাষ্ট্ৰজোৰা ক’ভিড ১৯ টিকাদানৰ সাতষষ্ঠি সংখ্যক দিনটো অৰ্থাৎ আজি সন্ধিয়া ৭ বজা পৰ্যন্ত মুঠ ১৫,৮০,৫৬৮ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত অস্থায়ী প্ৰতিবেদন অনুসৰি, ১৩,৭৪,৬৯৭ হিতাধিকাৰীক ১ ম পালি ভেকচিন আৰু ২,০৫,৮৭১ হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মীক ২য় পালি ভেকচিন প্ৰদান কৰা হয়। দিনটোৰ বাবে চূড়ান্ত প্ৰতিবেদন মাজ নিশা চূড়ান্ত হৈ পৰিব।
|
তাৰিখঃ ২৩ মাৰ্চ, ২০২১
|
|
হেল্থ কেয়াৰ কৰ্মী
|
ফ্ৰন্ট লাইন কৰ্মী
|
ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০
|
৬০ বছৰৰ উৰ্ধ
|
মুঠ
|
|
১ম পালি
|
২য় পালি
|
১ম পালি
|
২য় পালি
|
১ম পালি
|
১ম পালি
|
১ম পালি
|
২য় পালি
|
|
৪৩,৪৮৯
|
৪৯,২৮৮
|
৯১,৫৮৬
|
১,৫৬,৫৮৩
|
২,৬৭,০৫৯
|
৯,৭২,৫৬৩
|
১৩,৭৪,৬৯৭
|
২,০৫,৮৭১
|
****
MV/SJ/SB
(रिलीज़ आईडी: 1707144)
आगंतुक पटल : 180