স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কভিড-১৯ৰ বাবে ভেণ্টিলেটৰ ক্ৰয়

Posted On: 02 FEB 2021 4:30PM by PIB Guwahati

কভিড-১৯ নিয়ন্ত্ৰণৰ বাবে জানুৱাৰী ২০২০ৰ পৰা আজিলৈকে ক্ৰয় কৰা মেডিকেল সা-সামগ্ৰীৰ বিতং তথ্য তলত দিয়া ধৰণৰঃ

 

 

সামগ্ৰী

সংখ্যা

পিপিই কভাৰঅলছ

১৭৮.১৪ লাখ

এন৯৫ মাস্ক

৪৩২.৪০ লাখ

চচমা

১৭৩.০০ লাখ

গ্ল’ভছ

২৪২.১০ লাখ

ভেণ্টিলেটৰ

৩৮৮৬৭

 

এই সামগ্ৰীসমূহ ক্ৰয়ৰ বাবে ব্যয় হোৱা ধনৰ পৰিমাণ তলত দিয়া ধৰণৰঃ

ক্ৰমিক নং

সামগ্ৰী

ব্যয় হোৱা ধন (কোটি টকাত)

কভাৰঅলছ

১৫৪০.৩৪

এন৯৫ মাস্ক

৩৩৯.৪৭

চচমা

৩৬৯.১৬

গ্ল’ভছ

৩১.৭৫

ভেণ্টিলেটৰ

১৮৫০.৭৬

 

কভিড নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ১১১৩.২১ কোটি টকা মুকলি কৰি দিয়া হৈছে।

 

কভিড-১৯ জৰুৰীকালীন সঁহাৰি আৰু স্বাস্থ্য ব্যৱস্থাপনা প্ৰস্তুতি পেকেজৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৬৩০৯.৯০ কোটি টকা মুকলি কৰি দিয়া হৈছে।

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ যোগান ধৰা মেডিকেল সা-সামগ্ৰীৰ বিতং তথ্য তলত দিয়া ধৰণৰঃ

 

আন্দামান নিকোবৰ দ্বীপপুঞ্জক এন ৯৫ মাস্ক ২.৭১ লাখ , পিপিই কিট ০.৮৪ লাখ আৰু ভেণ্টিলেটৰ ৩৪ টা প্ৰদান কৰা হৈছে।

 

অন্ধ্ৰ প্ৰদেশক এন ৯৫ মাস্ক ১৫.৬৩ লাখ , পিপিই কিট ৩.১৯ লাখ আৰু ভেণ্টিলেটৰ ৪৯৬০ টা প্ৰদান কৰা হৈছে।

 

অৰুণাচল প্ৰদেশক এন ৯৫ মাস্ক ২.৭৬ লাখ , পিপিই কিট ১.৩৬ লাখ আৰু ভেণ্টিলেটৰ ৬৩ টা প্ৰদান কৰা হৈছে।

 

অসমক এন ৯৫ মাস্ক ১১.৯৬ লাখ , পিপিই কিট ৪.১১ লাখ আৰু ভেণ্টিলেটৰ ১০০০ টা প্ৰদান কৰা হৈছে।

 

বিহাৰক এন ৯৫ মাস্ক ১৪.৩২ লাখ , পিপিই কিট ৬.০৪ লাখ আৰু ভেণ্টিলেটৰ ৫০০ টা প্ৰদান কৰা হৈছে।

 

চণ্ডীগড়ক এন ৯৫ মাস্ক ৩.২৮ লাখ , পিপিই কিট ১.৩১ লাখ আৰু ভেণ্টিলেটৰ ৬৫ টা প্ৰদান কৰা হৈছে।

 

চত্তীশগড়ক এন ৯৫ মাস্ক ৫.৭২ লাখ , পিপিই কিট ২.৩২ লাখ আৰু ভেণ্টিলেটৰ ২৩০ টা প্ৰদান কৰা হৈছে।

 

দাদৰা আৰু নাগৰ হাভেলী আৰু দমন আৰু ডিউক এন ৯৫ মাস্ক ১.৮৪ লাখ , পিপিই কিট ০.৭০ লাখ আৰু ভেণ্টিলেটৰ ২০ টা প্ৰদান কৰা হৈছে।

 

দিল্লীক এন ৯৫ মাস্ক ২০.৪২ লাখ , পিপিই কিট ৯.১১ লাখ আৰু ভেণ্টিলেটৰ ৭৬৩ টা প্ৰদান কৰা হৈছে।

 

গোৱাক এন ৯৫ মাস্ক ৩.২২ লাখ , পিপিই কিট ১.০৬ লাখ আৰু ভেণ্টিলেটৰ ২৫০ টা প্ৰদান কৰা হৈছে।

 

গুজৰাটক এন ৯৫ মাস্ক ২৫.৪২ লাখ , পিপিই কিট ১৩.০৮ লাখ আৰু ভেণ্টিলেটৰ ৩৪০০ টা প্ৰদান কৰা হৈছে।

 

হাৰিয়াণাক এন ৯৫ মাস্ক ৯.২০ লাখ , পিপিই কিট ২.৮৬ লাখ আৰু ভেণ্টিলেটৰ ৪২৩ টা প্ৰদান কৰা হৈছে।

 

 

হিমাচল প্ৰদেশক এন ৯৫ মাস্ক ৫.৫০ লাখ , পিপিই কিট ২.৮২ লাখ আৰু ভেণ্টিলেটৰ ৫০০ টা প্ৰদান কৰা হৈছে।

 

 

জন্মু আৰু কাশ্মীৰক এন ৯৫ মাস্ক ১১.১৪ লাখ , পিপিই কিট ৬.০৪ লাখ আৰু ভেণ্টিলেটৰ ৯০৮ টা প্ৰদান কৰা হৈছে।

 

 

ঝাৰখণ্ডক এন ৯৫ মাস্ক ৬.১১ লাখ , পিপিই কিট ৩.১৬ লাখ আৰু ভেণ্টিলেটৰ ৪৬০ টা প্ৰদান কৰা হৈছে।

 

কৰ্ণাটকক এন ৯৫ মাস্ক ১৮.৩১ লাখ , পিপিই কিট ৬.৫৪ লাখ আৰু ভেণ্টিলেটৰ ৩০২৫ টা প্ৰদান কৰা হৈছে।

 

কেৰালাক এন ৯৫ মাস্ক ৮.০০ লাখ , পিপিই কিট ১.৮৯ লাখ আৰু ভেণ্টিলেটৰ ৪৮০ টা প্ৰদান কৰা হৈছে।

 

লাডাখক এন ৯৫ মাস্ক ১.৯০ লাখ , পিপিই কিট ০.৭৯ লাখ আৰু ভেণ্টিলেটৰ ১৩০ টা প্ৰদান কৰা হৈছে।

 

মধ্য প্ৰদেশক এন ৯৫ মাস্ক ১৫.৫৪ লাখ , পিপিই কিট ৯.০২ লাখ আৰু ভেণ্টিলেটৰ ১৪৫৯ টা প্ৰদান কৰা হৈছে।

 

মহাৰাষ্ট্ৰক এন ৯৫ মাস্ক ৩২.০১ লাখ , পিপিই কিট ১৪.৮৩ লাখ আৰু ভেণ্টিলেটৰ ৪৪৩৪ টা প্ৰদান কৰা হৈছে।

 

মণিপুৰক এন ৯৫ মাস্ক ২.৬৭ লাখ , পিপিই কিট ০.৮৪ লাখ আৰু ভেণ্টিলেটৰ ৯৭ টা প্ৰদান কৰা হৈছে।

 

মেঘালয়ক এন ৯৫ মাস্ক ২.১০ লাখ , পিপিই কিট ০.৫৭ লাখ আৰু ভেণ্টিলেটৰ ৫৪ টা প্ৰদান কৰা হৈছে।

 

মিজোৰামক এন ৯৫ মাস্ক ১.৯৬ লাখ , পিপিই কিট ০.৩৬ লাখ আৰু ভেণ্টিলেটৰ ১১৫ টা প্ৰদান কৰা হৈছে।

 

নাগালেণ্ডক এন ৯৫ মাস্ক ১.৯৫ লাখ , পিপিই কিট ০.৩০ লাখ আৰু ভেণ্টিলেটৰ ১২০ টা প্ৰদান কৰা হৈছে।

 

ওড়িশাক এন ৯৫ মাস্ক ৯.৫৫ লাখ , পিপিই কিট ২.৯৮ লাখ আৰু ভেণ্টিলেটৰ ৫৬৭ টা প্ৰদান কৰা হৈছে।

 

পণ্ডিচেৰীক এন ৯৫ মাস্ক ৩.৮৯ লাখ , পিপিই কিট ১.৭১ লাখ আৰু ভেণ্টিলেটৰ ১০৭ টা প্ৰদান কৰা হৈছে।

 

পাঞ্জাৱক এন ৯৫ মাস্ক ৭.০২ লাখ , পিপিই কিট ৩.৭৩ লাখ আৰু ভেণ্টিলেটৰ ৮১০ টা প্ৰদান কৰা হৈছে।

 

ৰাজস্থানক এন ৯৫ মাস্ক ১৮.৬৫ লাখ , পিপিই কিট ৯.১৩ লাখ আৰু ভেণ্টিলেটৰ ১৯০০ টা প্ৰদান কৰা হৈছে।

 

 

ছিকিমক এন ৯৫ মাস্ক ২.১০ লাখ, পিপিই কিট ০.৫৭ লাখ আৰু ভেণ্টিলেটৰ ১০ টা প্ৰদান কৰা হৈছে।

 

তামিলনাডুক এন ৯৫ মাস্ক ১৮.৬৬ লাখ, পিপিই কিট ৫.৩৯ লাখ আৰু ভেণ্টিলেটৰ ১৪৫০ টা প্ৰদান কৰা হৈছে।

 

তেলেংগানাক এন ৯৫ মাস্ক ১৪.৮৫ লাখ , পিপিই কিট ২.৮১ লাখ আৰু ভেণ্টিলেটৰ ১৪০০ টা প্ৰদান কৰা হৈছে।

 

 

ত্ৰিপুৰাক এন ৯৫ মাস্ক ৩.৬৬ লাখ, পিপিই কিট ১.৫৩ লাখ আৰু ভেণ্টিলেটৰ ৯২ টা প্ৰদান কৰা হৈছে।

 

 

উত্তৰাখণ্ডক এন ৯৫ মাস্ক ৪.২৬ লাখ, পিপিই কিট ২.৩৯ লাখ আৰু ভেণ্টিলেটৰ ৭০০ টা প্ৰদান কৰা হৈছে।

 

উত্তৰ প্ৰদেশক এন ৯৫ মাস্ক ২৩.৫৬ লাখ, পিপিই কিট ১৪.৭২ লাখ আৰু ভেণ্টিলেটৰ ৪০১৬ টা প্ৰদান কৰা হৈছে।

 

পশ্চিম বংগক এন ৯৫ মাস্ক ১৮.৩৮ লাখ, পিপিই কিট ৪.৮৫ লাখ আৰু ভেণ্টিলেটৰ ১১২০ টা প্ৰদান কৰা হৈছে।

 

 

লাক্ষাদীপক এন ৯৫ মাস্ক ০.৪২ লাখ, পিপিই কিট ০.২০ লাখ আৰু ভেণ্টিলেটৰ ৫৭ টা প্ৰদান কৰা হৈছে।

 

 

কেন্দ্ৰীয় প্ৰতিষ্ঠানক এন ৯৫ মাস্ক ৫৯.৭৯ লাখ, পিপিই কিট ২৬.৪১ লাখ আৰু ভেণ্টিলেটৰ ৩১৪৮ টা প্ৰদান কৰা হৈছে।

 

মুঠ এন ৯৫ মাস্ক ৪০৮.৪৯ লাখ , পিপিই কিট ১৬৯.৫২ লাখ আৰু ভেণ্টিলেটৰ ৩৮,৮৬৭ টা প্ৰদান কৰা হৈছে।

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই আজি ৰাজ্য সভাত এক লিখিত উত্তৰত এই তথ্য দাঙি ধৰে।

 

 

 

 

     *******************************************************

MV/SJ/KG

 



(Release ID: 1694671) Visitor Counter : 165