প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণ

ভাৰতৰ সমাজ জীৱনত নিয়মানুৱৰ্তিতা ধাৰণা সঞ্চাৰিত কৰাত এনচিচিয়ে ডাঙৰ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্ৰী

ভাৰতে প্রতিৰক্ষা সৰঞ্জামৰ বজাৰৰ পৰিৱর্তে বৃহৎ উৎপাদক হিচাপে আত্মপ্রকাশ কৰিবঃ প্রধানমন্ত্রী

সেনাবাহিনী, বিমান বাহিনী আৰু নৌবাহিনী, সীমান্ত আৰু উপকূলৱর্তী এলেকাত প্রয়োজনীয় ভূমিকা পালনৰ বাবে ১ লাখ কেডেটক প্রশিক্ষণ দিয়া হৈছে, য’ৰ এক তৃতীয়াংশই মহিলাঃ প্রধানমন্ত্রী

Posted On: 28 JAN 2021 3:27PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা গ্রাউণ্ডত নেচনেল কেডেট কৰ্পছৰ (এনচিচি)ৰেলীত ভাষণ আগবঢ়ায়৷ প্রতিৰক্ষা মন্ত্রী, চীফ অফ ডিফেন্স ষ্টাফ, তিনিওটা সেনা বাহিনীৰ মুৰব্বী অনুষ্ঠান উপস্থিত থাকে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কেডেটসকলৰ অভিবাদন গ্রহণ কৰে তেওঁ এনচিচি কেডেটসকলৰ মার্চ পাষ্ট প্রত্যক্ষ কৰে অনুষ্ঠানত এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।

প্রধানমন্ত্রীয়ে এই উপলক্ষে কয় যে যিবোৰ ৰাষ্ট্র সামাজিক জী যথেষ্ট নিয়মানুৱৰ্তিতা আছে, সেই দেশসমূহেকলো ক্ষেত্রতে উন্নতি সাধন কৰে৷ তেওঁ লগতে কয় যে ভাৰতৰ সামাজিক জী নিয়মানুৱৰ্তিতা সঞ্চাৰিত কৰাত এনচিচিৰ গুৰুত্বপূর্ণ ভূমিকা আছে সর্ববৃহৎ সুশৃংখলিত যু সংগঠন এনচিচিগুৰুত্ব সদায়েই বৃদ্ধি পাইছে৷ সংবিধানৰ বিষয়জাগতা বৃদ্ধি, ভাৰতীয় সংস্কৃতিৰ শৌর্য্য আৰু সেৱাৰ প্রচাৰ ইত্যাদি ক্ষেত্র এনচিচি কেডেটসকলৰ অৰিহণা আছে। একেদৰে পৰিৱেশ বা পানী সংৰক্ষণৰ ক্ষেত্রতো তেওঁলোকে অংশ লৈ আহিছে৷ প্রধানমন্ত্রীয়েৰোনাৰ দৰে মহামাৰীৰ সময় এনচিচি কেডেটসকলৰ ভূমিকাৰ প্রশংসা কৰে

প্রধানমন্ত্রীয়ে কয় যে আমাৰ সংবিধানে যি কর্তব্য পালনৰ দায়িত্ব নাগৰিকসকলক দিছে, সেইবোৰ সকলোৱে মানি লিব লাগিব৷ সাধাৰণ নাগৰিক আৰু সভ্য সমাজেইবোৰ যেতিয়া মানিলে, তেতিয়া বিভিন্ন প্ৰত্যাহ্বানমাজতো সফলতা আহে৷ প্ৰধানমন্ত্ৰীয়ে কয় যি আমাৰ দেশৰ বৃহৎ অংশ নক্সাআৰু মাওবাদী সমস্যাৰ মোকাবিলা নাগৰিকসকলৰ কর্তব্যবোধ আৰু নিৰাপত্তা বাহিনীৰ সাহসে সহাৰিছে। এতিয়া দেশৰ কেৱল কেইটামান স্থানতহে মাওবাদী সমস্যা আছে। বহু যুৱক-যুৱতীয়ে হিংসাৰ পথ এৰি উন্নয়নৰ মূল সুঁতিলৈ ঘুৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰোনাৰ সময় বিভিন্ন সমস্যা দেখা দিছে। কিন্তু দেশৰ মানুৰ অভূতপূর্ব কাৰ বাবে সেইবোৰ সমস্যা সুযোগ পৰিণত হৈছে, যাৰ ফল দেশৰ দক্ষতা বৃদ্ধি পাইছে আৰু আত্মনির্ভৰতাৰ বাবে সাধাৰণৰ পৰা শ্রেষ্ঠ হৈ ঠাৰ ক্ষেত্র সুবিধাযু সম্প্রদায় এক্ষেত্র গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

প্রধানমন্ত্রীয়ে তেওঁৰ ১৫ আগষ্টৰ ভাষণৰ কথা দোঁহাৰি সেদিনা তেওঁ সীমান্তর্তী আৰু উপকূলীয় অঞ্চল এনচিচিৰ প্রসাৰ ঘটোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে৷ বর্তমান স্থল সেনা বাহিনী, বায়ু সেনা বাহিনী আৰু নৌ-বাহিনীত ১ লাখ কেডেট প্রশিক্ষণ লৈছে, যিসকলৰ ভিতৰত এক তৃতীয়াংশই মহিলা। এনচিচিৰ প্রশিক্ষণৰ আন্তঃগাঁথনি বৃদ্ধি হৈছে। আগতে আগ্নেয়াস্ত্র ব্যহাৰ প্রশিক্ষণৰ মাত্র এটা কেন্দ্র ছিল, বর্তমান সেয়া ৯৮টালৈ বৃদ্ধি হৈছে। আকাশীপথ প্রশিক্ষণৰ কেন্দ্র ৫ৰ পৰা বৃদ্ধি পাই ৪৪টা আৰু জলপথৰ প্রশিক্ষণেৰ কেন্দ্র ১১টা বৃদ্ধি পাই ৬০টা হৈছে।

ফিল্ড মাৰ্শ্বাল কাৰিয়াপ্পাৰ জন্মদিন তেওঁক শ্রদ্ধা জনাই তেওঁ কয় যে আজিৰ অনুষ্ঠানস্থলীৰ নাম তেওঁৰ নামত নামকৰণ কৰা হৈছে। সেনা বাহিনীত এতিয়া মহিলা কেডেটৰ সুযোগ বৃদ্ধি পাইছে। এনচিচিত মহিলা কেডেটৰ সংখ্যা ৩৫ শতাংশলৈ বৃদ্ধি হোৱা তেওঁ সন্তোষ প্রকাশ কৰে ১৯৭১ চনত বাংলাদেশ যুদ্ধৰ বিজয়ৰ ৫০ বছৰ উপলক্ষে সেনা বাহিনীক শ্রদ্ধা নিবেদন কৰে প্রধানমন্ত্রীয়ে। তেওঁ কেডেটসকলক পৰামর্শ দিয়ে যে তেওঁলোকে যাতে ৰাষ্ট্ৰীয় স্মাৰক সৌধলৈ যোৱাৰ লগতে সাহসিকতাৰ পুৰস্কাৰৰ প’ৰ্টেলটো প্ৰত্যক্ষ কৰে এনচিচিৰ ডিজিটেপ্লেটফর্মৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ইয়াত নতুন নতুন ধাৰণা দিয়া হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়েনা যে দেশে স্বাধীনতাৰ ৭৫সংখ্যক বর্ষ প্রৱেশ কৰিছে। একেদৰে নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বাষির্কীও আৰম্ভ হৈছে। কেডেটসকলৰ নেতাজীৰ গৌৰবময় ঘটনালীৰ পৰা অনুপ্রাণিত হোৱাৰ পৰামর্শ দি প্রধানমন্ত্রীয়ে কয় যে আগন্তুক ২৫-২৬ বছৰ অতি গুৰুত্বপূর্ণ কাৰণ ইয়াৰ পাছত ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব৷

দেশৰ প্রতিৰক্ষা ক্ষেত্ৰকে ধৰি বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰাত ভাৰতৰ ক্ষমতা বৃদ্ধি পাচ্ছে। দেশ অত্যাধুনিক সামৰিক সা-সৰঞ্জাম প্ৰস্তুত কৰা হৈছে। সংযুক্ত আৰব এমিৰেটছ, ছৌদি আৰ আৰু গ্রীৰ সহায়ত নতুন ৰাফেল যুদ্ধ বিমানৰ মা আকাশ ইন্ধনৰোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াজৰিয়তে উপ-সাগৰীয় অঞ্চলৰ ৰাষ্ট্রসমূহসৈতে ভাৰতৰ সু-সম্পর্ক প্রতিফলিত হৈছে। ভাৰতে বর্তমান ১০০বিধ প্রতিৰক্ষা সঁজুলি নির্মাণৰ সিদ্ধান্ত লৈছে। তদুপৰি, বিমান বাহিনী ৮০টা তেজ যুদ্ধ বিমান সৃষ্টি আৱণ্টন দিছে। কৃত্রিম বুদ্ধিমত্তাভিত্তিক যুদ্ধৰ সৰঞ্জামৰ জৰিয়তে ভাৰতে প্রতিৰক্ষা সৰঞ্জামৰ বজাৰৰ পৰির্তে বৃহৎ উৎপাদক হিচাপে ধৰা দিছে৷

প্রধানমন্ত্রীয়ে কেডেটসকলক ভোকেল ফৰ লোকেলৰ বাবে প্রচাৰ চলাবলৈ পৰামর্শ দিয়ে যু সম্প্রদায়ৰ মাজততিয়া নতুন ফেশ্বন সামগ্ৰীৰ ৰূপত খাদীৰ প্রচলন বৃদ্ধি পাইছে। স্থানীয় সামগ্ৰী ফেশ্বন শ্ব’, বিয়া, উৎসৱকে ধৰি অন্যান্য অনুষ্ঠানত অধিক পৰিমাণ ব্যহৃত হৈছে। যু সম্প্রদায়ৰ আত্মবিশ্বাস দেশৰ আত্মনির্ভৰতাৰ বাবে অতি গুৰুত্বপূর্ণ। সেয়েহে ৰকাফিটনে শিক্ষা আৰু দক্ষতাক লৈ কা কৰিছে। অটল টিংকাৰিং লেবজৰিয়তে সহায় আগবঢ়াই স্কিল ইণ্ডিয়া আৰু মূদ্রা যোজনা অত্যাধুনিক শিক্ষানুষ্ঠান বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। এনচিচিৰ বিশেষ কাৰ্যসূচীকে ধৰি ফিট ইণ্ডিয়াত ফিটনে আৰু খেলো ইণ্ডিয়াত খেলাধুলাক বিশেষ গুৰুত্ব দিয়া হৈছে। প্রধানমন্ত্রীয়ে কয় যে নতুন শিক্ষা ব্যস্থা শিক্ষাৰ্থীকেন্দ্রিক হোৱাৰ বাবে ছাত্র-ছাত্রীসকলে তেওঁলোকৰ পছন্দ আৰু চাহিদা অনুসৰি বিভিন্ন বিষয় বাছনিৰিব পাৰিব৷ সংস্কাৰৰ বাবে যি সুযোগ গঢ় দিয়া হৈছে সেইবোৰে দেশৰ যু সম্প্রদায়ৰ কামত আহাৰ লগতে ইয়াৰ জৰিয়তে দেশৰ উন্নতি হ’ব৷

*********

DS/DB



(Release ID: 1693077) Visitor Counter : 195