প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম বাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 19 NOV 2020 10:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, জয়ন্তী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীজীলৈ প্ৰণিপাত জনাইছো৷"

***

DS/SH/DB


(रिलीज़ आईडी: 1674284) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam