বিত্ত মন্ত্ৰালয়
বিনিময় হাৰ অধিসূচনা নং: ১০৬/২০২০- শুল্ক (এন.টি.)
পোষ্ট কৰা হৈছে:
12 NOV 2020 6:56PM by PIB Guwahati
শুল্ক আইন, ১৯৬২ (১৯৬২ৰ ৫২)ৰ ১৪ নং অনুচ্ছেদৰ ক্ষমতা প্ৰয়োগ কৰি, কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদে ১৩ নৱেম্বৰ, ২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ ৫ নৱেম্বৰ, ২০২০ত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদৰ অধিসূচনা নং: ১০৫/২০২০- শুল্ক (এন.টি.)ৰ নিম্নউল্লেখিত সংশোধনী ঘটাইছেঃ -
উল্লেখিত অধিসূচনাৰ অনুসূচী-I ত ক্ৰমিক নং ১৮ৰ বাবে আৰু এই সম্পৰ্কীয় এন্ট্ৰীৰ অৰ্থে, নিম্ন উল্লেখিতসমূহ প্ৰতিষ্ঠাপিত কৰা হৈছেঃ -
অনুসূচী-I
|
ক্ৰমিক নং
|
বিদেশী মুদ্ৰা
|
ভাৰতীয় টকাৰ সমতুল্য এক ইউনিট বিদেশী মুদ্ৰাৰ বিনিময় হাৰ
|
|
|
(২)
|
(৩)
|
|
|
|
(a)
|
(b)
|
|
|
|
(আমদানিকৃত দ্ৰব্যৰ বাবে)
|
(ৰপ্তানিকৃত দ্ৰব্যৰ বাবে)
|
|
১৮।
|
তুৰ্কি লিৰা
|
৯.৮০
|
৯.২৫
|
|
|
|
|
|
|
****
RM/KMN/SB
(ৰিলিজ আই ডি : 1672488)
অতিথি কক্ষ : 182