বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ভাৰতৰ পণ্যদ্ৰব্যৰ বাণিজ্যঃ প্ৰাথমিক তথ্য, অক্টোবৰ, ২০২০ অক্টোবৰ, ২০২০ত ২৪.৮২ বিলিয়ন আমেৰিকান ডলাৰৰ ভাৰতৰ পণ্যদ্ৰব্যৰ ৰপ্তানিৰ বিপৰীতে অক্টোবৰ, ২০১৯ৰ অক্টোবৰত আছিল ২৬.২৩ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ৫.৪% হ্ৰাস

অক্টোবৰ, ২০২০ত ৩৩.৬ বিলিয়ন আমেৰিকান ডলাৰৰ ভাৰতৰ পণ্যদ্ৰব্যৰ আমদানিৰ বিপৰীতে অক্টোবৰ, ২০১৯ৰ অক্টোবৰত আছিল ৩৭.৯৯ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ১১.৫৬% হ্ৰাস

অক্টোবৰ, ২০২০ত ভাৰত হৈ পৰে নেট ইমপ’ৰ্টাৰ, য’ত বাণিজ্য ঘাটি হয় ৮.৭৮ বিলিয়ন আমেৰিকান ডলাৰ, যোৱা বৰ্ষৰ একে সময়তে আছিল ১১.৭৬ বিলিয়ন আমেৰিকান ডলাৰৰ বাণিজ্য ঘাটি অৰ্থাৎ ২৫.৩৪% বৰ্ধন

অক্টোবৰ, ২০২০ত নন-পেট্ৰ’লিয়াম আৰু নন-জেমছ আৰু জুৱেলাৰীৰ ৰপ্তানিৰ মূল্য ২০.২৮ বিলিয়ন আমেৰিকান ডলাৰৰ বিপৰীতে ২০১৯ৰ অক্টোবৰত আছিল ১৯.০৭ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ৬.৩৪% ৰ ধনাত্মক বিকাশ

অক্টোবৰ, ২০২০ত নন-অইল, নন-জিজে (সোণ, ৰূপ ও মূল্যৱান ধাতু) ৰ আমদানিৰ মূল্য ২২.৮৩ বিলিয়ন আমেৰিকান ডলাৰৰ বিপৰীতে ২০১৯ৰ অক্টোবৰত আছিল ২৪.৯ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ৮.৩১% ৰ ঋণাত্মক বিকাশ

অক্টোবৰ, ২০২০ তথা অক্টোবৰ, ২০১৯ত ৰপ্তানিৰে ধনাত্মক বিকাশৰ অভিলেখ সৃষ্টি কৰা শীৰ্ষ ৫ পণ্যদ্ৰব্য হৈছেঃ আন খাদ্যশস্য (৩৬৯.৩০%), চাউল (১১২.১৫%), অইল মিল (৭৬.৬২%), লো (৭৩.৮৯%), তেলৰ গুটি (৫৪.০৬%)

অক্টোবৰ, ২০২০ত যোৱা বৰ্ষৰ একে সময়ৰ তুলনাত আমদানিত পতন হোৱা শীৰ্ষ ৫ পণ্যদ্ৰব্য হৈছেঃ ৰূপ (-৯০.৫৪%),

Posted On: 03 NOV 2020 3:28PM by PIB Guwahati

ভাৰতৰ পণ্যদ্ৰব্যৰ ৰপ্তানি
অক্টোবৰ, ২০২০ত ২৪.৮২ বিলিয়ন আমেৰিকান ডলাৰৰ বিপৰীতে অক্টোবৰ, ২০১৯ৰ অক্টোবৰত আছিল ২৬.২৩ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ৫.৪% হ্ৰাস। ২০২০-২১ ৰ এপ্ৰিল-অক্টোবৰত ৰপ্তানি হয় ১৫০.০৭ বিলিয়ন আমেৰিকান ডলাৰ, যি যোৱা বৰ্ষৰ একে সময়ছোৱাতকৈ ১৯.০৫% হ্ৰাস হৈছে।

অক্টোবৰ, ২০২০ত ৩৩.৬ বিলিয়ন আমেৰিকান ডলাৰৰ ভাৰতৰ পণ্যদ্ৰব্যৰ আমদানিৰ বিপৰীতে অক্টোবৰ, ২০১৯ৰ অক্টোবৰত আছিল ৩৭.৯৯ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ১১.৫৬% হ্ৰাস। ২০২০-২১ ৰ এপ্ৰিল-অক্টোবৰত পণ্যদ্ৰব্যৰ আমদানি হয় ১৮২.২৯ বিলিয়ন আমেৰিকান ডলাৰ, যি যোৱা বৰ্ষৰ একে সময়ছোৱাত আছিল ২৮৬.০৭ বিলিয়ন আমেৰিকান ডলাৰ। ইয়াত ৩৬.২৮% ঋণাত্মক বিকাশ পৰিলক্ষিত হয়।

অক্টোবৰ, ২০২০ত ভাৰত হৈ পৰে নেট ইমপৰ্টাৰ, ত বাণিজ্য ঘাটি হয় ৮.৭৮ বিলিয়ন আমেৰিকান ডলাৰ, যোৱা বৰ্ষৰ একে সময়তে আছিল ১১.৭৬ বিলিয়ন আমেৰিকান ডলাৰৰ বাণিজ্য ঘাটি অৰ্থাৎ ২৫.৩৪% বৰ্ধন

অক্টোবৰ, ২০২০ত নন-পেট্ৰলিয়াম ৰপ্তানি হয় ২৩.২১ বিলিয়ন আমেৰিকান ডলাৰ। ২০১৯ৰ অক্টোবৰতকৈ ইয়াত ১.৮৪% ধনাত্মক বিকাশ পৰিলক্ষিত হয়। অক্টোবৰ, ২০২০ত নন-পেট্ৰলিয়াম আৰু নন-জেমছ আৰু জুৱেলাৰীৰ ৰপ্তানিৰ মূল্য ২০.২৮ বিলিয়ন আমেৰিকান ডলাৰৰ বিপৰীতে ২০১৯ৰ অক্টোবৰত আছিল ১৯.০৭ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ৬.৩৪% ৰ ধনাত্মক বিকাশ। ২০২০-২১ৰ এপ্ৰিল-অক্টোবৰত নন-পেট্ৰ’লিয়াম আৰু নন-জেমছ আৰু জুৱেলাৰীৰ ৰপ্তানিৰ মুঠ মূল্য হয় ১২৪.৭৯ বিলিয়ন আমেৰিকান ডলাৰ। ২০১৯-২০ৰ একে সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ১৩৭.৭২ বিলিয়ন আমেৰিকান ডলাৰ। ইয়াত ৯.৩৯% হ্ৰাস পৰিলক্ষিত হয়।

অক্টোবৰ, ২০২০ত তেলৰ আমদানি আছিল ৫.৯৮ বিলিয়ন আমেৰিকান ডলাৰ, ২০১৯ৰ অক্টোবৰত ইয়াৰ পৰিমাণ আছিল ৯.৭৩ বিলিয়ন আমেৰিকান ডলাৰ। ইয়াত ৩৮.৫২% হ্ৰাস পৰিলক্ষিত হয়। ২০২০-২১ৰ এপ্ৰিল-অক্টোবৰত তেলৰ আমদানি আছিল ৩৭.৮৪ বিলিয়ন আমেৰিকান ডলাৰ, যোৱা বিত্তীয় বৰ্ষটোৰ একে সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ৭৪.৯৩ বিলিয়ন আমেৰিকান ডলাৰ। ইয়াত ৪৯.৫% হ্ৰাস পৰিলক্ষিত হয়।

অক্টোবৰ, ২০২০ত নন-অইলৰ আমদানি আছিল ২৭.৬২ বিলিয়ন আমেৰিকান ডলাৰ। ২০১৯ৰ অক্টোবৰত ইয়াৰ পৰিমাণ আছিল ২৮.২৬ বিলিয়ন আমেৰিকান ডলাৰ। ইয়াত ২.২৬% হ্ৰাস পৰিলক্ষিত হয়। ২০২০-২১ৰ এপ্ৰিল-অক্টোবৰত নন-অইলৰ আমদানি আছিল ১৪৪.৪৫ বিলিয়ন আমেৰিকান ডলাৰ। যোৱা বিত্তীয় বৰ্ষটোৰ একে সময়ছোৱাত এই পৰিমাণ আছিল ২১১.১৪ বিলিয়ন আমেৰিকান ডলাৰ। ইয়াত ৩১.৫৯% হ্ৰাস পৰিলক্ষিত হয়।

অক্টোবৰ, ২০২০ত নন-অইল, নন-জিজে (সোণ, ৰূপ ও মূল্যৱান ধাতু) ৰ আমদানিৰ মূল্য ২২.৮৩ বিলিয়ন আমেৰিকান ডলাৰৰ বিপৰীতে ২০১৯ৰ অক্টোবৰত নন-অইল আৰু নন-গল্ডৰ আমদানি আছিল ২৪.৯ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ৮.৩১% ৰ ঋণাত্মক বিকাশ। ২০২০-২১ ৰ এপ্ৰিল-অক্টোবৰত নন-অইল আৰু নন-গল্ডৰ আমদানি আছিল ১২৬.৯৭ বিলিয়ন আমেৰিকান ডলাৰ। ২০১৯-২০ ৰ এপ্ৰিল-অক্টোবৰত নন-অইল আৰু নন-গল্ডৰ আমদানি আছিল ১৭৯.৫৫ বিলিয়ন আমেৰিকান ডলাৰ। ইয়াত, ২৯.২৮% ৰ ঋণাত্মক বিকাশ পৰিলক্ষিত হয়।

অক্টোবৰ, ২০২০ তথা অক্টোবৰ, ২০১৯ত ৰপ্তানিৰে ধনাত্মক বিকাশৰ অভিলেখ সৃষ্টি কৰা মূল পণ্যদ্ৰব্যসমূহ হৈছেঃ আন খাদ্যশস্য (৩৬৯.৩০%), চাউল (১১২.১৫%), অইল মিল (৭৬.৬২%), লো (৭৩.৮৯%), তেলৰ গুটি (৫৪.০৬%), কাৰ্পেট (৩৭.৬৭%), খাদ্যশস্যৰ প্ৰস্তুতি আৰু অন্যান্য প্ৰক্ৰিয়াজাত প্ৰকাৰ (৩৬.১৩%), চিৰামিক পণ্য আৰু গ্লাছৱেৰ (৩৪.৬২%), ড্ৰাগছ আৰু ফাৰ্মাচিউটিকেলছ (২১.৮২%), মচলা (২১.৬১%), মৰাপাটজাতীয় পণ্য। তদুপৰি অন্তৰ্ভুক্ত কৰা হৈছে ফ্ল’ৰ ক’ভাৰিং (১৮.৭৬%), মাংস, দুগ্ধজাত আৰু হাঁহ-কুকুৰাৰপৰা আহৰণ কৰা পণ্য (১৬.৬৫%), হস্তশিল্প তথা হাতেৰে প্ৰস্তুত কাৰ্পেট (১১.৩৭%), ফল-মূল আৰু শাক-পাচলি (৮.৯২%), মাইকা, কয়লা আৰু অন্যান্য আকৰিক, প্ৰক্ৰিয়াকৰণকে ধৰি খনিজাত দ্ৰব্য (৭.৬৮%), কটন য়াৰ্ণ /ফেব্ৰিক/মেড-আপ, হস্ততাঁত পণ্য ইত্যাদি (৬.৫২%), সকলো টেক্সটাইলৰ আৰএমজি (৬.৩১%), ধঁপাত (৪.৩৪%), অৰ্গেনিক আৰু ইনৰগেনিক কেমিকেলছ (১.৯১%), চাহ (০.১৪%)।

অক্টোবৰ, ২০২০ তথা অক্টোবৰ, ২০১৯ত ৰপ্তানিৰে ঋণাত্মক বিকাশৰ অভিলেখ সৃষ্টি কৰা মূল পণ্যদ্ৰব্যসমূহ হৈছেঃ পেট্ৰ’লিয়াম পণ্য (৫৩.৩০%), কাজু বাদাম (২১.৫৭%), জেমছ আৰু জুৱেলাৰী (২১.২৭%), চামৰা আৰু চামৰাৰপৰা প্ৰস্তুত পণ্য (১৬.৬৯%), মেন-মেড য়াৰ্ণ/ফেব্ৰিক/মেড-আপ ইত্যাদি (১২.৮২%), ইলেকট্ৰনিক সামগ্ৰী (৯.৪০%), কফি (৯.২৫%), মেৰাইন প্ৰডাক্ট (৮.০৯%), প্লাষ্টিক আৰু লিন’লিয়াম (৬.৮৮%), ইঞ্জিনিয়াৰিং গুডছ (৩.৮৪%)।

২০১৯ৰ অক্টোবৰৰ তুলনাত ২০২০ৰ অক্টোবৰত আমদানিত ধনাত্মক বিকাশ প্ৰদৰ্শন কৰা পণ্যদ্ৰব্যসমূহৰ ভিতৰত আছেঃ মুকুতা, প্ৰিচিয়াছ ও ছেমি-প্ৰিচিয়াছ ষ্ট’ন (৫০.৪৭%), সাৰ, অশোধিত ও প্ৰস্তুত (৪৬.২৫%), সোণ (৩৫.৮৮%), ছালফাৰ ও আনৰ’ষ্টেড আইৰণ পিৰেটছ (৩২.০৯%), প্ৰজেক্ট গুডছ (২৮.৭৫%), ফল-মূল ও শাক-পাচলি (২২.৮১%), ইলেকট্ৰনিক সামগ্ৰী (১৬.১২%), মেডিচিনেল ও ফাৰ্মাচিউটিকেল পণ্য (১৩.৩৩%), ভিজিটেবল অইল (৭.২৯%), মেটালিফেৰাছ আকৰিক ও আন খনিজাত পণ্য (৪.৮০%), কেমিকেল মেটেৰিয়েল ও প্ৰডাক্ট (২.০০%)।

২০১৯ৰ অক্টোবৰৰ তুলনাত ২০২০ৰ অক্টোবৰত আমদানিত ঋণাত্মক বিকাশ প্ৰদৰ্শন কৰা পণ্যদ্ৰব্যসমূহৰ ভিতৰত আছেঃ ৰূপ (৯০.৫৪%), নিউজপ্ৰিন্ট (৭৯.৯৯%), কেঁচা কপাহ আৰু আৱৰ্জনা (৭৭.৪০%), দাইল (৬৫.১৫%), ট্ৰেন্সপৰ্ট ইকুইপমেন্ট (৫৬.৩২%), চামৰা আৰু চামৰাৰপৰা প্ৰস্তুত পণ্য (৪১.৩৭%), পেট্ৰ’লিয়াম, খনিজাত ও প্ৰডাক্ট (৩৮.৫২%), পাল্প আৰু ৱাষ্ট পেপাৰ (২৯.৮৮%), মেচিন টুল (২৯.৬২%), কাঠ ও কাঠৰপৰা প্ৰস্তুত সামগ্ৰী (২৬.৫১%), টেক্সটাইল য়াৰ্ণ ফেব্ৰিক, মেড-আপ আৰ্টিকলছ (২৫.১৩%), লো ও তীখা (২২.৩২%), মেচিনেৰী, ইলেকট্ৰিকেল ও নন-ইলেকট্ৰিকেল (১৫.৬৩%), প্ৰফেচনেল ইনষ্ট্ৰুমেন্ট, অপটিকেল গুড ইত্যাদি (১১.৯৫%), আৰ্টিফিচিয়েল ৰেচিন, প্লাষ্টিক মেটেৰিয়েল ইত্যাদি (৭.৫৩%), কয়লা, ক’ক ও ব্ৰিকুয়েট ইত্যাদি (৬.৫০%), অৰ্গেনিক আৰু ইনৰগেনিক কেমিকেলছ (২.৮৯%), নন-ফেৰাছ মেটেল (২.২৬%), ডায়িং/টেনিং/কালাৰিং মেটেৰিয়েল (০.৪৬%)।

পণ্যদ্ৰব্যৰ বাণিজ্যঃ প্ৰাথমিক তথ্য, অক্টোবৰ, ২০২০

সাৰংশৰ মূল্য আমেৰিকান বিলিয়ন ডলাৰত

 

মুঠ

নন-পেট্ৰ’লিয়াম

নন-পেট্ৰ’লিয়াম আৰু নন-জেমছ ও জুৱেলাৰী

 

২০১৯-২০

২০২০-২১

% পৰিৱৰ্তন

২০১৯-২০

২০২০-২১

% পৰিৱৰ্তন

২০১৯-২০

২০২০-২১

% পৰিৱৰ্তন

ৰপ্তানি

২৬.২৩

২৪.৮২

-৫.৪০

২২.৭৯

২৩.২১

১.৮৪

১৯.০৭

২০.২৮

৬.৩৪

আমদানি

৩৭.৯৯

৩৩.৬০

-১১.৫৬

২৮.২৬

২৭.৬২

-২.২৬

২৪.৯০

২২.৮৩

-৮.৩১

ঘাটি

১১.৭৬

৮.৭৮

-২৫.৩৪

৫.৪৭

৪.৪১

-১৯.৩৮

৫.৮৩

২.৫৫

-৫৬.২৬

 

শীৰ্ষ পণ্যদ্ৰব্য গ্ৰুপৰদ্বাৰা পৰিৱৰ্তিত

মূল্য আমেৰিকান মিলিয়ন ডলাৰত

 

২০১৯ৰ অক্টোবৰৰ তুলনাত ২০২০ৰ অক্টোবৰত শীৰ্ষ বৃদ্ধি

২০১৯ৰ অক্টোবৰৰ তুলনাত ২০২০ৰ অক্টোবৰত শীৰ্ষ হ্ৰাস

 

পণ্যদ্ৰব্যৰ গ্ৰুপ

মূল্যত পৰিৱৰ্তন

% পৰিৱৰ্তন

পণ্যদ্ৰব্যৰ গ্ৰুপ

মূল্যত পৰিৱৰ্তন

% পৰিৱৰ্তন

ৰপ্তানি

ড্ৰাগছ আৰু ফাৰ্মাচিউটিকেলছ

৩৭২.০৫

২১.৮২

পেট্ৰ’লিয়াম পণ্য

-১৮৩৫.৫৮

-৫৩.৩০

চাউল

৩৫৯.৮২

১১২.১৫

জেমছ আৰু জুৱেলাৰী

-৭৯০.৪০

-২১.২৭

অৰ্গেনিক আৰু ইনৰগেনিক কেমিকেলছ

১৪৩.৮৫

৭৩.৮৯

চামৰা আৰু চামৰাৰপৰা প্ৰস্তুত পণ্য

-২৪৮.০৭

-৩.৮৪

আমদানি

ইলেকট্ৰনিক পণ্য

৭৬৮.৬৯

১৬.১২

পেট্ৰ’লিয়াম, খাৰুৱা ও পণ্য

-৩৭৪৭.৬৬

-৩৮.৫২

মুকুতা, প্ৰিচিয়াছ ও ছেমি-প্ৰিচিয়াছ ষ্ট’ন

৭৬৮.৪৮

৫০.৪৭

ট্ৰেন্সপ’ৰ্ট ইকুইপমেন্ট

-১৪৫৯.৪২

-৫৬.৩২

সোণ

৬৬০.১৫

৩৫.৮৮

মেচিনেৰী, ইলেকট্ৰিকেল ও নন-ইলেকট্ৰিকেল

-৪৬২.৬২

-১৫.৬৩

 

 

****

 

YB/AP/SB

 


(Release ID: 1669961) Visitor Counter : 188


Read this release in: English , Urdu , Hindi , Tamil