প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শ্ৰী কেশুভাই পেটেললৈ শ্ৰদ্ধঞ্জলি জনালে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 30 OCT 2020 11:20AM by PIB Guwahati

গুজৰাটৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শ্ৰী কেশুভাই পেটেললৈ তেওঁৰ গান্ধীনগৰত থকা বাসভৱনত  শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।

 

***

VRRK/AK/KB


(ৰিলিজ আই ডি : 1668802) অতিথি কক্ষ : 261