বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ভাৰতত ছেপ্টেম্বৰ, ২০২০ৰ বাবে পাইকাৰী দৰৰ সূচকাংক

Posted On: 14 OCT 2020 12:00PM by PIB Guwahati

ঔদ্যোগিক আৰু আভ্যন্তৰীণ বাণিজ্য উত্তৰণ বিভাগৰ অৰ্থনৈতিক পৰামৰ্শদাতাৰ কাৰ্যালয়ে ছেপ্টেম্বৰ,২০২০ৰ পাইকাৰী দৰৰ বাবে তদৰ্থ সূচকাংক আৰু জুলাই, ২০২০ৰ চূড়ান্ত সূচকাংকৰ তথ্য প্ৰকাশ কৰিছে। প্ৰণিধানযোগ্য যে প্ৰতি মাহৰ ১৪ তাৰিখ(অথবা ইয়াৰ পৰৱৰ্ত তাৰিখ)-য়ে সংশ্লিষ্ট মাহটোৰ দুটা সপ্তাহৰ সমীক্ষাৰ আধাৰত পাইকাৰী দৰৰ তদৰ্থ সূকাংক(ডব্লিউপিআই) যুগুতোৱা হয়। পৰৱৰ্ত ১০ সপ্তাহৰ পিচত এই সূচকাংক চূড়ান্ত কৰা হয় আৰু এই সূচকাংক প্ৰকাশৰ দিহা কৰাৰ পিত ইয়াক সংৰক্ষিত কৰা হয়।

 

মুদ্ৰাস্ফীতি

 

মাহেকীয়াডব্লিউপিআই’-ৰ ভিত্তিত যুগুতোৱা মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ ছেপ্টেম্বৰ ২০২০-ত ২০১৯চনৰ ছেপ্টেম্বৰ মাহৰ ০.৩৩শতাংশতকৈ ১.৩২শতাংশ(তদৰ্থ) অধিক বুলি ঠাৱৰ কৰা হৈছে।

 

 

 

ডব্লিউপিআই-ৰ ভিত্তিত যুগুতোৱা মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ (%)*

 

সকলো সামগ্ৰী-গুৰুত্বপূৰ্ণ গোট

 

ওজন (%)

জুলাই-20 (চূড়ান্ত)

আগষ্ট-20 (তদৰ্থ)

ছেপ্টেম্বৰ-20 (তদৰ্থ)

সূচকাংক

মুদ্ৰাস্ফীতি

সূচকাংক

মুদ্ৰাস্ফীতি

সূচকাংক

মুদ্ৰাস্ফীতি

 

সকলো সামগ্ৰী

100.0

121.0

-0.25

121.7

0.16

122.9

1.32

 

I প্ৰাথমিক দ্ৰব্য

22.6

145.1

1.61

146.3

1.60

150.3

5.10

 

II ইন্ধন তথা শক্তি

13.2

90.7

-9.84

91.4

-9.68

91.0

-9.54

 

III উত্পাদিত সামগ্ৰী

64.2

118.7

0.59

119.3

1.27

119.8

1.61

 

খাদ্য সূচকাংক

24.4

152.5

4.67

153.3

4.07

157.6

6.92

 

                   

 

 

Note: P: Provisional, F: Final, * Annual Rate of Inflation calculated over corresponding month of last year.

 

বিভিন্ন সামগ্ৰী গোটৰ সূচাকাংকৰ গতিশীলতাৰ ৰেহ-ৰূপ তলত উল্লেখ কৰা হ :

 

প্ৰাথমিক সামগ্ৰী(২২.৬২শতাংশ ওজন বিশিষ্ট)

এই গুৰুত্বপূৰ্ণ গোটটোৰ মূল্য সচকাংক আগষ্ট,২০২০ৰ ১৪.(তদৰ্থ)ৰ পৰা .৭৩শতাংশ বৃদ্ধিৰে ছেপ্টেম্বৰ, ২০২০ত ১৫০.৩ (তদৰ্থ)বুলি ঠাৱৰ কৰা হয়। আগষ্ট, ২০২০ৰ তুলনাত সূচকাংকৰ বৃদ্ধিৰ হাৰ খাদ্য সামগ্ৰী(৩.৭০শতাংশ), খনিজ(০.১২শতাংশ), খাৰুৱা তেল আৰু প্ৰকৃতিক গেছ(১.৪১শতাংশ) আগষ্ট,২০২০ৰ তুলনাত অনা-খাদ্য শ্ৰেণীৰ সামগ্ৰী(-০.৯৪ শতাংশ)ৰ মূল্য অৱনমিত হৈছে

 

ইন্ধন আৰু শক্তি(১৩.১৫শতাংশ ওজন বিশিষ্ট)

এই গুৰুত্বপূৰ্ণ গোটটোৰ মূল্য সচকাংক আগষ্ট,২০২০ৰ ৯.(তদৰ্থ)ৰ পৰা (-০.৪৪ শতাংশ) হ্ৰাসৰে ছেপ্টেম্বৰ, ২০২০ত ৯১.(তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। আগষ্ট,২০২০ৰ তুলনাত সূচকাংকৰ হ্ৰাসৰ হাৰ খনিজ তেল(-০.৬৪শতাংশ)। অৱশ্যে কয়লা আৰু বিদ্যুত্ শক্তিৰ দৰ এই সময়চোৱাত অপৰিৱৰ্তিত থাকে।

 

উত্পাদিত সামগ্ৰী(৬৪.২৩শতাংশ ওজন বিশিষ্ট)

এই গুৰুত্বপূৰ্ণ গোটটোৰ মূল্য সচকাংক আগষ্ট,২০২০ৰ ১১.(তদৰ্থ)ৰ পৰা ০.৪২শতাংশ বৃদ্ধিৰে ছেপ্টেম্বৰ, ২০২০ত ১১৯.(তদৰ্থ) বুলি ঠাৱৰ কৰা হয়। আগষ্ট,২০২০ৰ তুলনাত ২২বিধ এনআইচি-ৰ দুটা সংখ্যাৰ গোটৰ ভিতৰৰ উত্পাদিত খাদ্য সামগ্ৰী যেনে খাদ্য সামগ্ৰী, ধঁপাতজাতীয় সামগ্ৰী, সাজ-পোচাক, কাগজ আৰু কাগজৰে প্ৰস্তুত কৰা সামগ্ৰী, ৰাসায়নিক দ্ৰব্য আৰু ৰসায়নজাত সামগ্ৰীকে ধৰিটা গোটৰ সূচকাংক ছেপ্টেম্বৰ, ২০২০ত বৃদ্ধি হোৱাৰ বিপৰীতে শীতল পানীয়, চামৰা আৰু আনুষংগিক সামগ্ৰী, কাঠ আৰু কৰ্কঔষধ-পাতিকে ধৰি টা গোটৰ সূচকাংক অৱনমিত হয়। অৱশ্যে কম্পিউটাৰ, বৈদ্যুতিক আৰু অপটিকেল সামগ্ৰীৰ উত্পাদন আগষ্ট,২০২০ৰ তুলনাত ছেপ্টেম্বৰ, ২০২০ত অপৰিৱৰ্তিত থাকে।

 

ডব্লিউপিআই খাদ্য সামগ্ৰী সূচকাংক(২৪.৩৮শতাংশ ওজন বিশিষ্ট)

প্ৰাথমিক সামগ্ৰী গোটৰ খাদ্য সামগ্ৰী আৰু উত্পাদিত সামগ্ৰী গোটৰ খাদ্য সামগ্ৰীৰ মূল্য সচকাংক আগষ্ট,২০২০ৰ ১৫.(তদৰ্থ)ৰ পৰা ছেপ্টেম্বৰ,২০২০ত   ১৫.(তদৰ্থ)বৃদ্ধি পোৱা বুলি বুলি ঠাৱৰ কৰা হয়।ডব্লিউপিআই’-ৰ ভিত্তিত যুগুতোৱা মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ ছেপ্টেম্বৰ, ২০২০ত আগষ্ট,২০২০ৰ তুলনাত ৪.০৭শতাংশৰ বিপৰীতে ছেপ্টেম্বৰ মাহত .৯২শতাংশলৈ অৱনমিত হয়।

 

জুলাই, ২০২০ৰ বাবে প্ৰকাশিত চূড়ান্ত সূচকাংক( ভিত্তি বৰ্ষ-২০১১-১২-১০০)

সকলো সামগ্ৰীৰ বাবে( ভিত্তি বৰ্ষ-২০১১-১২-১০০) প্ৰকাশিত জুলাই, ২০২০ৰ চূড়ান্ত পাইকাৰী দৰ সূচকাংক ১২১.০ আৰু পাইকাৰী দৰ সূচকাংকৰ আধাৰত নিৰ্ণিত মদ্ৰাস্ফীতিৰ হাৰ -.২৫ বুলি ঠাৱৰ কৰা হৈছে।

 

 

 

 

 *******************************************************

YB/AP/KG



(Release ID: 1664597) Visitor Counter : 135