প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে আজি বেংককত ‘ছাৱাছডী প্ৰধানমন্ত্ৰী মোদী’ শীৰ্ষক প্ৰৱাসী ভাৰতীয়ৰ এক অনুষ্ঠান সম্বোধন কৰিব

Posted On: 02 NOV 2019 10:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬বজাত বেংককত ‘ছাৱাছডী প্ৰধানমন্ত্ৰী মোদী’ শীৰ্ষক এক প্ৰৱাসী ভাৰতীয়ৰ অনুষ্ঠান সম্বোধন কৰিব৷ থাইলেণ্ডস্থিত বহুতো প্ৰৱাসী ভাৰতীয়ই অনুষ্ঠানটোত অংশ ল’ব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬বজাত বেংককত ‘ছাৱাছডী প্ৰধানমন্ত্ৰী মোদী’ শীৰ্ষক এক প্ৰৱাসী ভাৰতীয়ৰ অনুষ্ঠান সম্বোধন কৰিব৷

থাইলেণ্ডস্থিত বহুতো প্ৰৱাসী ভাৰতীয়ই অনুষ্ঠানটোত অংশ ল’ব৷

তেওঁৰ ভাষণ পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব পাৰিব

পিএমঅ’ ইণ্ডিয়া(@পিএমঅ’ইণ্ডিয়া)

****

VRRK/KP/MS



(Release ID: 1591522) Visitor Counter : 76