প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


‘ব্রিজিটেল নেশ্যন” শীর্ষক গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে

‘সবকা সাথ, সবকা বিকাশ’ৰ লক্ষ্য উপনীত হোৱাত সেতুবন্ধন কৰে প্ৰযুক্তিয়েঃ প্ৰধানমন্ত্ৰী

প্ৰযুক্তিৰ প্ৰত্যাহ্বান যেতিয়া সূযোগলৈ ৰূপান্তৰ হয়, তেতিয়া ‘ডাকোৱালো’ ‘বেংকবাবুলৈ’ পৰিৱৰ্তন হয়ঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 20 OCT 2019 5:25PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি নতুন দিল্লীৰ , কল্যাণ মার্গ এক অনুষ্ঠানব্ৰিজিটেল নেশ্যশীর্ষক খন গ্ৰন্থ ন্মোচ কৰে গ্ৰন্থখনি প্রথমটো কপি তেওঁ শ্রী ৰতন টাটাৰ হাত তুলি দিয়ে৷ শ্রী এন চন্দ্রশেখৰন আৰু শ্রীমতী ৰূপা পুৰুষোত্তমে এই গ্ৰন্থখনি লিখিছে৷

প্রযুক্তি : ‘সবকা সাথ সবকা বিকাশ সাফল্যৰ সেতুবন্ধন

এই উপলক্ষে অনুষ্ঠান প্রধানমন্ত্রীয়ে কয় যে এই গ্ৰন্থখনি জৰিয়তে লেখকদ্বয়ে টা পথ দেখৱাইছে৷ প্রযুক্তিৰ প্রয়োজনীয়তা, ইয়াৰ ইতিবাচক দি আৰু আশা-আকাংক্ষাৰ বিভিন্ন বিষয় গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে৷ তেওঁ লগতে কয় যে এই গ্ৰন্থখন নে এক সময় প্রকাশ কৰা হৈছে, যেতিয়া প্রযুক্তিয়ে কোটি কোটি ভাৰতীয় জীৱনত ইতিবাচক পৰির্তন আনিছে৷ প্রধানমন্ত্রীয়ে কয় যে ইটো বুজি পোৱা দৰকাৰ যে প্রযুক্তিয়ে সেতুবন্ধনৰ কাজ কৰে, বিভাজন কৰে৷ তেওঁ কয় যেসবকা সাথ, সবকা বিকাশলক্ষ্য উপনীত হোৱাৰ ক্ষেত্ৰত প্রযুক্তিয়ে আশা আৰু সাফল্য, প্রত্যাশা তথা সেইবোৰ পূৰণ, ৰকাৰ আৰু প্রশাসনৰ মাজত সেতুবন্ধনৰ কা কৰে। ভাৰতৰ দ্রুত প্রত্যাশা পূৰণৰ বাবে ইতিবাচক, সৃজনশীল আৰু গঠনমূলক মানসিকতা প্রয়োজন। কৃত্রিম বুদ্ধিমত্তা আৰু মান পৰিকল্পনাৰ মাজত সেতুবন্ধনৰ ওপৰত তেওঁ জোৰ দিয়ে৷

প্রযুক্তিৰ মাধ্যমেৰে প্রশাসন পৰিচালনা : বিগত পাঁচ বছৰৰ সফলতা

প্রধানমন্ত্রীয়ে ৰকাৰী প্রকল্প সংস্কাৰ, পৰির্তন আৰু ৰূপায়ণ ক্ষেত্র প্রযুক্তিয়ে কিদৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে সেই সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় তেওঁ তথ্যৰ আদানপ্রদান, ডিজিটে মেপিঙৰ দৰে কা কথাও উল্লেখ কৰে প্রধানমন্ত্রী কয় যেউজ্জ্বলা যোজনা সঠিক সময়ৰ ওপৰত গুৰুত্ব দিয়া ফল গ্রামীণ মহিলাসকল জীনযাত্রা পৰির্তন আহিছে৷ প্রধানমন্ত্রীয়েজন ধন যোজনা’, ‘আয়ুষ্মান ভাৰত দৰে প্রকল্প সাধাৰণ জনতা সবলীকৰণক্ষেত্র প্রযুক্তিয়ে কিদৰে সহা ৰিছে, সেই সন্দৰ্ভতো অৱগত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰকাৰে ৰকাৰী বিভাগসমূহৰ মাজত একঘেয়ামী স্বভাৱ নাইকিয়া কৰা বাবে তথা ৰকাৰী -মার্কেট প্লেচ দৰে নিত্য-নতুন পৰিকল্পনাৰ মাধ্যমেৰে চাহিদা আৰু যোগান মাজত যোগসূত্ৰ ৰক্ষাৰ বাবে প্রযুক্তি ব্যহাৰ ৰি আহিছে৷ দেশ ষ্টার্ট-আপ ব্যস্থাপনাক জোৰদাৰ ৰি তুলিবলৈ বিশেষকৈ, টিয়াৰ- আৰু টিয়াৰ- হৰ সম্পূর্ণৰূপে ষ্টার্ট-আপ গঠনৰ ক্ষেত্রপ্রযুক্তিয়ে কিদৰে সহা ৰিছে, সেই কথাও বিস্তাৰিতভাৱে অৱগত কৰে প্রধানমন্ত্রীয়ে৷

প্রযুক্তিগত সমস্যাৱলী নাইকিয়া কৰি ইয়া সুফল কামত গোৱা সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে ভাৰতীয় পোষ্টেল পেমেণ্ট বেংক উদাহৰণ দাঙি ধৰে তেওঁ কয় যে প্রযুক্তিয়ে সামগ্রিক সেৱাৰ ক্ষেত্র আমূল পৰির্তন আনিছে৷ এই ডাক সেৱা প্রযুক্তিভিত্তিক বেংকিং ব্যস্থাপনা পৰিণত হৈছে৷ ইয়া ফল বহু লোক উপকৃত হৈছে৷ডাকোৱালসকল তিয়াবেংকবাবু পৰিণত হৈছে৷

কূটনৈতিক ব্যক্তিত্ব, ৰকাৰি প্রতিনিধি আৰু সংবাদমাধ্যমৰ প্রতিনিধিসকল উপস্থিতি

অনুষ্ঠান মার্কিন যুক্তৰাষ্ট্র, ব্রিটেন আৰু চীনৰ কূটনৈতিক প্রতিনিধিবৰ্গ, কেন্দ্রীয় ৰকাৰৰ একাধিক ন্ত্ৰালয় সচিব, চিআইআই, এফআইচিচিআই আৰু নাছকমকে ধৰি ঔদ্যোগিক নিকায় আৰু আগশাৰীৰ বিশিষ্ট সাংবাদিক ৰজত শৰ্মা, নাৱিকা কুমাৰ, ৰাজকম ঝা, সুধীৰ চৌধুৰী, স্মিতা প্ৰকাশৰ উপৰি টাটা গ্ৰূপৰ সদস্যসকল উপস্থিত থাকে৷

গ্ৰন্থখনৰ বিষয়ে

গ্ৰন্থখনি ৱিষ্যতৰ শক্তিশালী দৃষ্টিভংগী তুলি ধৰা হৈছে৷ ইয়াত প্রযুক্তি আৰু মানু পৰস্পৰ নির্ভৰশীল হৈ কিদৰে সহাস্থান ৰিছে তাক দেখুওৱা হৈছে৷ মানু পৰিশ্রম হ্ৰাস কৰাত প্রযুক্তিৰ ব্যহাৰ আৰু ভাৰতে কিদৰে তাক কামত গাই ৰু অধিক কর্মসংস্থা সৃষ্টি কৰিব পাৰে, সেই দিশটো এই গ্ৰন্থখনিত তুলি ধৰা হৈছে৷ প্রত্যাশা আৰু সাফল্যৰ মাজত ডিজিটে প্রযুক্তি সেতুবন্ধন কৰে, তাতে এইব্ৰিজিটেলনামৰ সার্থকতা পৰিলক্ষিত হৈছে

***

VRRK/SH/BD


(ৰিলিজ আই ডি : 1588784) অতিথি কক্ষ : 80
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Kannada