প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম বাৰ্ষিকী উপলক্ষে মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 02 OCT 2019 11:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম বাৰ্ষিকী উপলক্ষে দুয়োগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

তেওঁ কয় যে শান্তি, সংহতি আৰু ভাতৃত্ববোধৰ ক্ষেত্ৰত গান্ধীজীৰ প্ৰতিশ্ৰুতি সদায় অটল আছিল৷ তেওঁ এনে এক বিশ্বৰ কল্পনা কৰিছিল, য’ত আটাইতকৈ দুখীয়া লোকজন সবল হয়৷ তেওঁ আদৰ্শই আমাক পথৰ সন্ধান দিয়ে৷ #Gandhi150

লাল বাহদুৰ শাস্ত্ৰীৰ সন্দৰ্ভত তেওঁ কয় যে ভাৰতবাসীয়ে শাস্ত্ৰীজীৰ মূল্যবান অৱদানক কেতিয়াও নাপাহৰে৷ তেওঁ এগৰাকী অদম্য ব্যক্তি আছিল, যিগৰাকীয়ে যি পৰিস্থিতিৰে সন্মুখীন নহওক কিয়, কেতিয়াও নিজৰ আদৰ্শ আৰু নীতিৰ পৰা বিচলিত হোৱা নাছিল৷

ৰাজঘাটত বাপুলৈ শ্ৰদ্ধাঞ্জলি জনালো৷

শান্তি, সংহতি আৰু ভাতৃত্ববোধৰ ক্ষেত্ৰত গান্ধীজীৰ প্ৰতিশ্ৰুতি সদায় অটল আছিল৷ তেওঁ এনে এক বিশ্বৰ কল্পনা কৰিছিল য’ত আটাইতকৈ দুখীয়া লোকজন সবল হয়৷

তেওঁ আদৰ্শই আমাক পথৰ সন্ধান দিয়ে৷ #Gandhi150 pic.twitter.com/4UHLj1EfhB

— Narendra Modi (@narendramodi) October 2, 2019

বিজয় ঘাটত শাস্ত্ৰীজীলৈ শ্ৰদ্ধাঞ্জলি জনালো৷

ভাৰতবাসীয়ে শাস্ত্ৰীজীৰ মূল্যবান অৱদানক কেতিয়াও নাপাহৰে৷ তেওঁ এগৰাকী অদম্য ব্যক্তি আছিল, যিগৰাকীয়ে যি পৰিস্থিতিৰে সন্মুখীন নহওক কিয়, কেতিয়াও নিজৰ আদৰ্শ আৰু নীতিৰ পৰা বিচলিত হোৱা নাছিল৷ pic.twitter.com/myP7h3erqt

— Narendra Modi (@narendramodi) October 2, 2019

*****

VRRK/AK/DB


(ৰিলিজ আই ডি : 1587014) অতিথি কক্ষ : 127