প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 02 SEP 2019 9:17AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, সকলো দেশবাসীক গণেশ চতুৰ্থীৰ পবিত্ৰ উৎসৱ উপলক্ষে বহুত বহুত শুভকামনা জনাইছো৷ গণপতি বাপ্পা মোৰায়া৷

***

VRRK/AK/DB



(Release ID: 1584952) Visitor Counter : 82