প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাম নৱমী উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

प्रविष्टि तिथि: 13 APR 2019 10:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম নৱমী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ৰাম নৱমীৰ এই পবিত্ৰ ক্ষণত সমূহ দেশবাসীলৈ অলেখ শুভকামনা জনাইছো৷ জয় শ্ৰীৰাম!’’

*****

AKT/KP/MANN


(रिलीज़ आईडी: 1571072) आगंतुक पटल : 104
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Gujarati , Tamil