কেবিনেট

ষ্টাৰ্টআপৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 27 MAR 2019 1:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ষ্টাৰ্টআপৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হয়৷ ২০১৯ৰ ফেব্ৰুৱাৰীত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷

এই বুজাবুজি চুক্তিখনৰ অধীনত দুয়োখন দেশৰ মাজৰ ষ্টাৰ্টআপৰ সন্দৰ্ভত তেওঁলোকৰ ৰাষ্ট্ৰীয় নিয়ম-কানুন তথা যিকোনো আন্তঃৰাষ্ট্ৰীয় চুক্তি, সমাৰোহৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিত সহায় কৰিব৷

*******

AKT/DB


(ৰিলিজ আই ডি : 1571059) অতিথি কক্ষ : 62
ত এই ৰিলিজটো পঢ়ক: Malayalam , English , Urdu , Marathi , Bengali , Gujarati , Tamil , Telugu