কেবিনেট

ভাৰত আৰু মালয়েছিয়াৰ মাজত কোম্পানী ছেক্ৰেটাৰীশ্বিপ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

Posted On: 06 FEB 2019 9:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু মালয়েছিয়াৰ মাজত কোম্পানী  ছেক্ৰেটাৰীশ্বিপ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন জনাইছে৷

পইণ্ট-ভিত্তিক তথ্যঃ ভাৰতীয় কোম্পানী সচিব প্ৰতিষ্ঠান আৰু মালয়েছিয়া কোম্পানী সচিব সংস্থাৰ মাজত বুজাবুজিৰ চুক্তিৰ উদ্দেশ্য হ’ল দুয়োখন দেশৰ কোম্পানী সচিবৰ অনুশীলন আৰু সন্মানৰ স্তৰ বৃদ্ধি তথা এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কোম্পানী সচিবক বিচৰণৰ সুবিধা প্ৰদান কৰা৷

 

AKT/SNC/SH/MS



(Release ID: 1563184) Visitor Counter : 47