প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী পদ্মনাভস্বামী মন্দিৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ; স্বদেশ দৰ্শন আঁচনিৰ শুভাৰম্ভ

Posted On: 15 JAN 2019 9:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুৱন্তপুৰম ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁ স্বদেশ দৰ্শন আঁচনি উদ্বোধনৰ লগত সংগতি ৰাখি এক নামফলকো উন্মোচন কৰে৷ তেওঁ শ্ৰী পদ্মনাভস্বামী মন্দিৰত প্ৰাৰ্থনা কৰে৷

প্ৰধানমন্ত্ৰীৰ তিৰুৱন্তপুৰম ভ্ৰমণৰ সময়তে আজি পুৱাই কোল্লাম বাইপাছো উদ্বোধন কৰা হয়৷

*****

AKT/KP/DB



(Release ID: 1560260) Visitor Counter : 78