প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নৱবৰ্ষ উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 01 JAN 2019 10:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন বছৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

‘‘২০১৯ বৰ্ষটো সকলোৰে বাবে আনন্দদায়ক হওক! সকলোৱে সুখী আৰু স্বাস্থ্যৱান হওক৷ ২০১৯ বৰ্ষত সকলোৰে মনৰ ইচ্ছা পূৰণ হোৱাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

 

*****

AKT/KP/MANN



(Release ID: 1558046) Visitor Counter : 51