প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মিলাড-ঊন-নবী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 21 NOV 2018 10:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাড-ঊন-নবীৰ পবিত্ৰ ক্ষণত দেশবাসীলৈ শুভেচ্ছা জনাইছে৷

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সকলোকে মিলাড-ঊন-নবীৰ শুভেচ্ছা জনাইছো৷ আমি সকলোৱে আল্লা হজৰত মহম্মদৰ উত্তম শিক্ষাক স্মৰণ কৰাৰ লগতে সকলোতে যাতে সংহতি, ভাতৃত্ববোধ আৰু শান্তি বৰ্তী থাকে তাৰে কামনা কৰিছো৷’’

***

AKT/SH/DB



(Release ID: 1553856) Visitor Counter : 40