প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 14 NOV 2018 10:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক মই তেওঁৰ জন্ম দিৱসত স্মৰণ কৰিছো৷ প্ৰধানমন্ত্ৰী হিচাপে দেশলৈ তেওঁৰ সেৱা তথা দেশৰ স্বাধীনতা সংগ্ৰামলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে নেহৰু মহোদয়ক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো৷”,প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS



(Release ID: 1553118) Visitor Counter : 57