প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ ২০১৭ বৰ্ষৰ আইপিএছ শিক্ষানবিসসকলক সাক্ষাৎ
পোষ্ট কৰা হৈছে:
08 OCT 2018 2:54PM by PIB Guwahati
ভাৰতীয় আৰক্ষী বাহিনীৰ ২০১৭ বৰ্ষৰ প্ৰায় ১০০ গৰাকী শিক্ষানবিসক আজি প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰে৷
শিক্ষানবিসসকলৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গতি মনোভাৱেৰে নিয়োজিত বিভিন্ন দায়িত্ব আৰু ভূমিকাসমূহ পালন কৰাৰ গুৰুত্ব সন্দৰ্ভত মন্তব্য প্ৰদান কৰে৷
প্ৰধানমন্ত্ৰীয়ে কৰ্তব্যত নিয়োজিত সময়ত প্ৰাণ উৎসৰ্গা কৰা ৩৩,০০০ আৰক্ষীক সোঁৱৰণ কৰে৷
তাৰোপৰি সু-শাসন, নিয়মানুৱৰ্তিতা আৰু আচৰণ, মহিলা সৱলীকৰণ আৰু ফৰেনচিক বিজ্ঞানৰ বিষয়েও আলোচনা কৰা হয়৷
***
SP/KP/SK/MANN
(ৰিলিজ আই ডি : 1549117)
অতিথি কক্ষ : 99