প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব ধৰিত্ৰী দিৱসত প্ৰধানমন্ত্ৰীয়ে এক সুন্দৰ পৃথিৱী গঢ়াৰ সংকল্পক পুনৰ দোহাৰে

Posted On: 22 APR 2018 9:53AM by PIB Guwahati

‘বিশ্ব ধৰিত্ৰী দিৱসত আহক আমি সকলোৱে আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে এখন সুন্দৰ পৃথিৱী গঢ়াৰ সংকল্পক পুনৰ এবাৰ দৃঢ় কৰো৷  জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱ হ্ৰাস কৰিবলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰো আহক৷  এয়া আমাৰ প্ৰিয় ধৰিত্ৰী আইৰ বাবে এক মহান শ্ৰদ্ধাঞ্জলি হ’ব৷ প্ৰকৃতিৰ সৈতে সদ্ভাৱনাৰ বাৰ্তা বিলাই থকা আৰু বহনক্ষম নিশ্চিত কৰা দেশৰ ব্যক্তি আৰু সংস্থাৰ মই শলাগ ল’ব বিচাৰো৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

*****


AKT/ VJ/MS


(Release ID: 1530761)
Read this release in: English , Hindi , Tamil , Kannada