প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ ষ্ট’কহম ভ্ৰমণৰ উপলক্ষে স্বাক্ষৰিত তথা বিনিময় কৰা বুজাবুজি চুক্তি আৰু চুক্তিৰ তালিকা( ১৬-১৭ এপ্ৰিল, ২০১৮)

Posted On: 17 APR 2018 10:46PM by PIB Guwahati

ভাৰত আৰু ছুইডেনৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/চুক্তি

  • ভাৰতৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয় আৰু ছুইডেনৰ উদ্যোগ আৰু উদ্ভাৱন বিষয়ক মন্ত্রালয়ৰ মাজত স্বাক্ষৰিত এক বহনক্ষম ভৱিষ্যতৰ লক্ষ্যৰে ভাৰত-ছুইডেনৰ মাজত সহযোগিতাৰ প্রসংগত যৌথ ঘোষণা পত্ৰ।

ভাৰত আৰু ডেনমার্কৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/চুক্তি

  • ভাৰতৰ গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্রালয় আৰু ডেনমার্কৰ উদ্যোগ-বাণিজ্য আৰু বিত্ত পৰিক্ৰমা মন্ত্রালয়ৰ মাজত স্মার্ট আৰু বহনক্ষম নগৰ উন্নয়ন সম্পর্কীয় এক সহযোগিতা চুক্তি।
  • ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ পশুপালন, দুগ্ধ উৎপাদন আৰু মীনপালন বিভাগৰ সৈতে ডেনমার্কৰ খাদ্য আৰু পৰিৱেশ মন্ত্রালয়ৰ পশু চিকিৎসা আৰু খাদ্য ব্যৱস্থাপনা বিভাগৰ মাজত সহযোগিতা চুক্তি।
  • ভাৰতৰ খাদ্য সুৰক্ষা আৰু গুণগত মান নির্ণায়ক কর্তৃপক্ষ আৰু ডেনমার্কৰ পশু চিকিৎসা আৰু খাদ্য ব্যৱস্থাপনা বিভাগৰ মাজত স্বাক্ষৰিত খাদ্য নিৰাপত্তাৰ ক্ষেত্রত সহযোগিতা প্রসাৰ সম্পর্কীয় বুজাবুজি চুক্তি।
  • ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ডেনমার্কৰ কোপেন হেগেন বিশ্ববিদ্যালয়ৰ ফেকাল্টি অৱ ছায়েন্স বিভাগৰ মাজত কৃষি শিক্ষা আৰু গৱেষণা সম্পর্কিত সহযোগিতা চুক্তি।

ভাৰত আৰু আইলেণ্ডৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/চুক্তি

  • ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদ আৰু আইলেণ্ড বিশ্ববিদ্যালয়ৰ মাজত হিন্দী ভাষাৰ বাবে আইচিচিআৰ অধ্যাপকৰ পদ সৃষ্টি সম্পর্কীয় বুজাবুজি চুক্তি।

****

AKT/HS/DB



(Release ID: 1529863) Visitor Counter : 78