প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাবীৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 29 MAR 2018 12:41PM by PIB Guwahati

মহাবীৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে৷

‘‘ভগৱান মহাবীৰৰ শান্তিৰ বাৰ্তা, অহিংসা আৰু ঐক্যতা আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/KP/MANN


(रिलीज़ आईडी: 1527067) आगंतुक पटल : 94
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Tamil , Telugu