প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অধ্যাপক ষ্টীফেন হকিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

Posted On: 14 MAR 2018 12:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অধ্যাপক ষ্টীফেন হকিঙৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷

‘‘অধ্যাপক ষ্টীফেন হকিং আছিল এজন অসাধাৰণ বিজ্ঞানী তথা শিক্ষাবিদ৷ তেওঁৰ ধৈৰ্য আৰু দৃঢ়তাই সমগ্ৰ বিশ্বৰে লোকক  অনুপ্ৰাণিত কৰিছিল৷ তেওঁ মৃত্যুক পৰিহাস কৰিছিল৷ অধ্যাপক হকিঙৰ অগ্ৰণী কৰ্মই আমাৰ পৃথিৱীখনক এক উন্নত স্থান হিচাপে পৰিগণিত কৰিছে৷ তেওঁৰ আত্মাই যেন শান্তি পায়৷’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ 

***


AKT/SH/MANN



(Release ID: 1524488) Visitor Counter : 55


Read this release in: English , Urdu , Gujarati , Tamil