প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰখ্যাত ছুফী গায়ক প্যাৰেলাল ৱাডালিৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 09 MAR 2018 3:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত ছুফী গায়ক প্যাৰেলাল ৱাডালিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷

শ্ৰী প্যাৰেলাল ৱাডালিৰ মৃত্যুত মই ব্যথিত৷ তেওঁৰ গায়নশৈলীয়ে সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ তেওঁৰ কন্ঠই ছুফী সংগীতৰ প্ৰতি মানুহক আকৰ্ষিত কৰি থাকিব৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো৷প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS



(Release ID: 1523628) Visitor Counter : 40