প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ ওমান ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিসমূহ (১১ ফেব্ৰুৱাৰী, ২০১৮)

प्रविष्टि तिथि: 12 FEB 2018 11:52AM by PIB Guwahati

 

ক্ৰমিক নং

বুজাবুজিৰ চূক্তিসমূহ

অসামৰিক আৰু বাণিজ্যিক বিষয়ত আইনী আৰু ন্যায়িক সহযোগিতাৰ চূক্তি

ৰাজনৈতিক, বিশেষ সেৱা আৰু আনুষ্ঠানিক পাছপোৰ্টৰ ক্ষেত্ৰত পাৰস্পৰিক ভিছা ৰেহাইৰ বাবে বুজাবুজিৰ চূক্তি

স্বাস্থ্যক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

বৰ্হি-মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

বৈদেশিক সেৱা প্ৰতিষ্ঠান, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰত আৰু ওমান ডিপ্লমেটিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

ওমানৰ নেশ্যনেল ডিফেন্স কলেজ অৱ চুলটানেট আৰু সুৰক্ষা অধ্যয়ন আৰু বিশ্লেষণ প্ৰতিষ্ঠানৰ মাজত শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

ভাৰত আৰু ওমানৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

সোনাবাহিনীৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি

 

 

***

AKT/SH/HS/PRK


(रिलीज़ आईडी: 1520610) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Tamil , Telugu