প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 11 FEB 2018 1:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য মৃত্যু তিথিত তেখেতক স্মৰণ কৰিছো। দৰিদ্ৰ, শোষিত আৰু চহা জনতাৰ প্ৰতি তেখেতৰ সেৱাৰ যি দৃঢ়তা, সি আমাক সদায়ে প্ৰেৰণা যোগাই থাকিব।"

 

***

 

AKT/HS/PRK



(Release ID: 1520609) Visitor Counter : 72


Read this release in: English , Tamil , Telugu , Kannada