প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৯বছৰ অনুৰ্ধ বিশ্বকাপত খিতাপ জয় কৰা ভাৰতীয় যুৱ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 03 FEB 2018 4:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯বছৰ অনুৰ্ধ বিশ্বকাপত খিতাপ জয় কৰা ভাৰতীয় যুৱ ক্ৰিকেটাৰসকলক অভিনন্দন জ্ঞাপন কৰিছে৷


“আমাৰ যুৱ ক্ৰিকেটাৰসকলৰ চমকপ্ৰদ প্ৰদৰ্শনত মই অত্যন্ত ৰোমাঞ্চিত হৈ পৰিছো৷ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত চেম্পিয়ন হোৱাৰ বাবে তেওঁলোকক মই অভিনন্দন জনাইছো৷ এই জয়ে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰিছে৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
 

****



AKT/SH/MS


(रिलीज़ आईडी: 1519205) आगंतुक पटल : 81
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , हिन्दी