বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

অস্থায়ী সেৱা উৎপাদক মূল্য সূচক (ভিত্তি বৰ্ষ ২০২২-২৩)

২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ চূড়ান্ত সূচকাংকসমূহ

পোষ্ট কৰা হৈছে: 25 NOV 2026 12:00PM by PIB Guwahati

২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ বাবে অস্থায়ী সেৱা উৎপাদক মূল্য সূচকাংক (SPPI) (ভিত্তি বৰ্ষ ২০২২-২৩) আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বাবে চূড়ান্ত সেৱা উৎপাদক মূল্য সূচকাংকসমূহ তলত উল্লেখ কৰা হ’লঃ-

 

ক্ৰমিক

নং

সেৱা পি পি আই

Q1: 2026-27 (F)

Q2: 2026-27 (P)

১

ছিকিউৰিটিজ লেনদেন সেৱাৰ মূল্য সূচকাংক

89.9

86

২(অ)

বেংকিং সেৱাৰ মূল্য সূচকাংক

99.2

99.5

২(আ)

বেংকিং সেৱাৰ অৱদান সূচকাংক

129.4

134.7

৩

পেঞ্চন পুঁজিৰ পৰিচালনা সেৱাৰ মূল্য সূচকাংক

113.6

109.5

৪

বীমা সেৱাৰ মূল্য সূচকাংক

102.9

103.2

৫

দূৰসংযোগ সেৱাৰ মূল্য সূচকাংক

112.2

112.2

৬

ৰেলৱে সেৱাৰ মূল্য সূচকাংক

103.4

102.7

৬(অ)

ৰেলৱে মালবাহী সেৱাৰ মূল্য সূচকাংক

103.3

102.3

৬(আ)

ৰেলৱে যাত্ৰী সেৱাৰ মূল্য সূচকাংক

103.5

103.5

৭

বিমান (যাত্ৰী) সেৱাৰ মূল্য সূচকাংক

126.4

127.8

 

 

 

(P)-অস্থায়ী, (F)-চূড়ান্ত

টোকা: উল্লিখিত সেৱাসমূহে সমগ্ৰ সেৱা খণ্ডটোক সামৰি নোলোৱাৰ বাবে এই সেৱাসমূহৰ ক্ষেত্ৰত কোনো ওজন নিৰ্ধাৰণ কৰা হোৱা নাই। অৱশ্যে সংশ্লিষ্ট সেৱাসমূহৰ উৎপাদক মূল্য সূচকাংক (PPI) নিৰ্ণয় কৰাৰ উদ্দেশ্যে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তথ্যৰ ভিত্তিত প্ৰতিটো সেৱাৰ অধীনস্থ উপ-সেৱাসমূহৰ ওজন গণনা কৰা হৈছে।

সাতটা সেৱাৰ ২০২২-২৩ ভিত্তি বৰ্ষৰ সেৱা উৎপাদক মূল্য সূচকাংক (SPPI) আৰু বিগত চাৰিটা ত্ৰৈমাসিকৰ বছৰৰ বিপৰীতে বছৰৰ (YoY) মুদ্ৰাস্ফীতিৰ হাৰ পৰিশিষ্টত উল্লেখ কৰা হৈছে।

২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ পৰা ২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকলৈকে ত্ৰৈমাসিকভিত্তিক সেৱা উৎপাদক মূল্য সূচকাংকসমূহ (PPIs) তলৰ লিংকটোত পোৱা যাব। (https://eaindustry.nic.in/download_data_2223.asp)

২০২৬-২৭ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ সাতটা সেৱাৰ সেৱা উৎপাদক মূল্য সূচকাংক (PPIs) ২০২৭ চনৰ ২৪ ফেব্ৰুৱাৰী, বুধবাৰে প্ৰকাশ কৰা হ’ব।

পৰিশিষ্ট

বিগত চাৰিটা ত্ৰৈমাসিকৰ সেৱা উৎপাদক মূল্য সূচকাংকসমূহ (ভিত্তি বৰ্ষ ২০২২-২৩)

ক্ৰমিক

নং

সেৱা পি পি আই

Q3: 2025-26 (F)

Q4: 2025-26 (F)

১

ছিকিউৰিটিজ লেনদেন সেৱাৰ মূল্য সূচকাংক

89.2

91.7

২(অ)

বেংকিং সেৱাৰ মূল্য সূচকাংক

102.2

100.5

২(আ)

বেংকিং সেৱাৰ অৱদান সূচকাংক

132

131.5

৩

পেঞ্চন পুঁজি পৰিচালনা সেৱাৰ মূল্য সূচকাংক

106.3

103.8

৪

বীমা সেৱাৰ মূল্য সূচকাংক

102

102.9

৫

দূৰসংযোগ সেৱাৰ মূল্য সূচকাংক

112.2

112.2

৬

ৰেলৱে সেৱাৰ মূল্য সূচকাংক

102.6

103.3

৬(অ)

ৰেলৱে মালবাহী সেৱাৰ মূল্য সূচকাংক

103.2

103.2

৬(আ)

ৰেলৱে যাত্ৰী সেৱাৰ মূল্য সূচকাংক

101.3

103.5

৭

বিমান যাত্ৰী সেৱাৰ মূল্য সূচকাংক

107.3

106.9

 

 

 

 

 

 

(P)-অস্থায়ী, (F)-চূড়ান্ত

সেৱা উৎপাদক মূল্য সূচকাংকসমূহৰ (ভিত্তি বৰ্ষ ২০২২-২৩) বিগত চাৰিটা ত্ৰৈমাসিকৰ বছৰৰ বিপৰীতে বছৰৰ মুদ্ৰাস্ফীতিৰ হাৰ (YoY)

 

ক্ৰমিক

নং

সেৱা পি পি আই

Q3: 2025-26 (F)

Q4: 2025-26 (F)

১

ছিকিউৰিটিজ লেনদেন সেৱাৰ মূল্য সূচকাংক

-4.8

0.55

২(অ)

বেংকিং সেৱাৰ মূল্য সূচকাংক

-4.31

-4.1

২(আ)

বেংকিং সেৱাৰ অৱদান সূচকাংক

2.56

3.3

৩

পেঞ্চন পুঁজি পৰিচালনা সেৱাৰ মূল্য সূচকাংক

-0.56

-0.76

৪

বীমা সেৱাৰ মূল্য সূচকাংক

-3.04

0.68

৫

দূৰসংযোগ সেৱাৰ মূল্য সূচকাংক

0.99

0.99

৬

ৰেলৱে সেৱাৰ মূল্য সূচকাংক

0.49

1.18

৬(অ)

ৰেলৱে মালবাহী সেৱাৰ মূল্য সূচকাংক

0

0

৬(আ)

ৰেলৱে যাত্ৰী সেৱাৰ মূল্য সূচকাংক

1.3

3.5

৭

বিমান যাত্ৰী সেৱাৰ মূল্য সূচকাংক

-

-

 

(P)-অস্থায়ী, (F)-চূড়ান্ত

এই সূচকাংকটো ভাৰতীয় ছিকিউৰিটিজ আৰু বিনিময় পৰিষদে (SEBI) যুগুত কৰিছে।

বেংকিং সেৱাৰ মূল্য সূচকাংক আৰু বেংকিং সেৱাৰ অৱদান সূচকাংক ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) যুগুত কৰিছে।

বিমান (যাত্ৰী) সেৱাৰ মূল্য সূচকাংক যুগুত কৰাৰ বাবে ২০২২-২৩ বিত্তীয় বৰ্ষক ওজনৰ আধাৰ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষক মূল্যৰ আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে।

২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিক (Q1)ৰ পূৰ্বৱৰ্তী ত্ৰৈমাসিকসমূহৰ মুদ্ৰাস্ফীতিৰ হাৰ গণনা কৰিব পৰা নগ'ল, কিয়নো সূচকাংকটো ২০২৫-২৬ বিত্তীয় বৰ্ষক মূল্যৰ আধাৰ হিচাপে লৈ যুগুত কৰা হৈছে।

Abhishek Dayal/PK


(ৰিলিজ আই ডি : 2341107) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी