প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চাৰিদিনীয়া ষট মহাপৰ্বৰ আৰম্ভণি উপলক্ষে ৰাষ্ট্ৰক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 13 NOV 2026 9:21AM by PIB Guwahati

লোকবিশ্বাস আৰু সূৰ্য পূজাৰ বাবে উৎসর্গীকৃত চাৰিদিনীয়া পবিত্ৰ অনুষ্ঠান ষট মহাপৰ্বৰ আৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত শ্বেয়াৰ কৰিছেঃ

"লোকবিশ্বাস আৰু সূৰ্য উপাসনাৰ চাৰিদিনীয়া পবিত্ৰ উৎসৱ ষটৰ আৰম্ভণিতে সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা জনালোঁ। আজি ‘নহায়-খায়’। ব্ৰত পালন কৰি থকা সকলো ভক্তক মোৰ শুভেচ্ছা জনালোঁ। সকলোৱে ষঠি মাইয়াৰ আশীৰ্বাদ লাভ কৰক, সেয়াই কামনা।"

*****

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2335702) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Nepali , Gujarati