পোষ্ট কৰা হৈছে:
08 NOV 2026 8:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টত লিখিছে —
“ৰাষ্ট্ৰপতি মহোদয়াক সাক্ষাৎ কৰি দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।”
******
MJPS/SS/ST/DM