প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশবাসীলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

পোষ্ট কৰা হৈছে: 08 NOV 2026 6:55AM by PIB Guwahati

পৱিত্ৰ দীপাৱলী উৎসৱ উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে লিখিছে—

“সকলোলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা!

দেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা মোৰ সকলো পৰিয়ালবৰ্গলৈ দীপাৱলীৰ অশেষ শুভকামনা জনাইছোঁ।”

 



***

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2334067) অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Gujarati , Malayalam