প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি দীপাৱলীৰ শুভেচ্ছা বিনিময় প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 NOV 2026 5:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি উপ-ৰাষ্ট্ৰপতি ভৱনত উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণন ডাঙৰীয়াক সাক্ষাৎ কৰাৰ লগতে দীপাৱলীৰৰ শুভেচ্ছা বিনিময় কৰে।

 

এক্সৰ এটা পোষ্টত শ্ৰীমোদীয়ে লিখে; “উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণন ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ আৰু দীপাৱলীৰ শুভেচ্ছা বিনিময় কৰিলোঁ।”

 

********

MJPS/SS/ST/DB


(ৰিলিজ আই ডি : 2334048) অতিথি কক্ষ : 7