প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সত্যবাদিতা, জ্ঞান আৰু সৎ আচৰণৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 05 NOV 2026 11:40AM by PIB Guwahati

ব্যক্তি, পৰিয়াল আৰু সমাজক ধৰি ৰখা মূল্যবোধৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে। সত্যৰ দ্বাৰা ধৰ্ম ৰক্ষা হয়, নিয়মীয়া অনুশীলনৰ দ্বাৰা জ্ঞান সংৰক্ষিত হয়, পৰিষ্কাৰ-পৰিচ্ছন্নতাই সৌন্দৰ্য বৰ্তাই ৰাখে আৰু সৎ আচৰণে পাৰিবাৰিক সন্মান ৰক্ষা কৰে বুলি শ্লোকটোত গুৰুত্ব দিয়া হৈছে। 

এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

“सत्येन रक्ष्यते धर्मो विद्याभ्यासेन रक्ष्यते।

मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते॥”

 

***

MJPS/SS/ST/HS


(ৰিলিজ আই ডি : 2332920) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati