প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বাৰাণসী ভ্ৰমণৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 25 OCT 2026 10:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণৰ সময়ত বিভিন্ন ব্যস্ততাৰ আভাস শ্বেয়াৰ কৰি দৰ্শনীয় এয়াৰ শ্ব’, উৎসাহী ৰোড শ্ব’, আৰু উৎপাদন তথা মহিলা সবলীকৰণৰ ক্ষেত্ৰত অঞ্চলটোৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে।

এক্স-ৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

‘বাৰাণসী এয়াৰ শ্ব’। বিশাল’!

 ‘বাৰাণসীত অৰবিন্দ লিমিটেডৰ বস্ত্ৰ নিৰ্মাণ সুবিধাৰ এটা সৰ্বশ্ৰেষ্ঠ দিশ হ’ল ই মহিলা সবলীকৰণক উৎসাহিত কৰিব’!

’কাশীত ৰোড শ্ব’ ৰ সময়ত মোৰ পৰিয়ালৰ পৰা পোৱা অপৰিসীম মৰম আৰু আশীৰ্বাদত অভিভূত হৈছো’।

 

 ‘বাৰাণসীৰ পৰা বিশ্বলৈ!’

****

MJPS/SS/PRK/MK


(ৰিলিজ আই ডি : 2328302) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी