প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ পৰিবৰ্ধনৰ পৰা উচ্চাকাংক্ষা আৰু আত্মবিশ্বাসলৈ যাত্ৰাৰ ওপৰত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 OCT 2026 12:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ ২৫ বছৰৰ নেতৃত্বত কেনেদৰে ভাৰতৰ উন্নয়ন আৰু ইয়াৰ জনসাধাৰণৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে তাৰ ওপৰত আলোকপাত কৰা অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৰ এটা প্ৰবন্ধ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বেয়াৰ কৰে। শ্ৰী নাইডুৱে উল্লেখ কৰিছে কেনেদৰে আন্তঃগাঁথনি আৰু কল্যাণৰ পৰা আৰম্ভ কৰি প্ৰযুক্তি, উদ্ভাৱন আৰু ভাৰতৰ গোলকীয় মৰ্যাদালৈ এই বছৰবোৰত এক ব্যাপক পৰিৱৰ্তন দেখা গৈছে, যিয়ে ভাৰতৰ পৰিবৰ্ধনৰ পৰা উচ্চাকাংক্ষা আৰু আত্মবিশ্বাসলৈ যাত্ৰাক চিহ্নিত কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছেঃ

 

"অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @ncbn-এ লিখিছে - প্ৰধানমন্ত্ৰী @narendramodi-ৰ ২৫ বছৰীয়া নেতৃত্বত ভাৰতৰ উন্নয়ন আৰু ইয়াৰ জনসাধাৰণৰ সবলীকৰণৰ ওপৰত গুৰত্ব দিয়া হৈছে। আন্তঃগাঁথনি আৰু কল্যাণৰ পৰা আৰম্ভ কৰি প্ৰযুক্তি, উদ্ভাৱন আৰু ভাৰতৰ গোলকীয় স্থিতিলৈ, এই বছৰবোৰত এক ব্যাপক পৰিৱৰ্তন দেখা গৈছে।

ভাৰতৰ পৰিবৰ্ধনৰ পৰা উচ্চাকাংক্ষা আৰু আত্মবিশ্বাসলৈ যাত্ৰাৰ ওপৰত এই প্ৰবন্ধটো সকলোৱে পঢ়ক।"

****

MJPS/SS/VJ/SS/HS


(ৰিলিজ আই ডি : 2320244) অতিথি কক্ষ : 6