আইন আৰু ন্যায় মন্ত্ৰালয়
azadi ka amrit mahotsav

ছত্তীশগড় উচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ আৰু অতিৰিক্ত ন্যায়াধীশৰ নিযুক্তি

পোষ্ট কৰা হৈছে: 08 SEP 2026 7:11PM by PIB Guwahati

ভাৰতৰ সংবিধানে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি, ভাৰতৰ মুখ্য ন্যায়াধীশৰ সৈতে পৰামৰ্শক্ৰমে, ৰাষ্ট্ৰপতিয়ে তলত উল্লেখ কৰা অধিবক্তা/ন্যায়িক বিষয়াসকলক উচ্চ ন্যায়ালয়সমূহত ন্যায়াধীশ / অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে:-

ক্ৰ. নং

যাৰ নাম প্ৰস্তাৱ কৰা হৈছে

সবিশেষ

সন্তোষ শৰ্মা, ন্যায়িক বিষয়া

ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি

শ্ৰীমতী সুষমা সাৱন্ত, ন্যায়িক বিষয়া

সুধীৰ কুমাৰ, ন্যায়িক বিষয়া

এনচুম্বেমো মোঝুই, অধিবক্তা

গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি

শ্ৰীমতী হেলেন ডাউংলিয়ানী, ন্যায়িক বিষয়া

 

***

SB/SK/RD


(ৰিলিজ আই ডি : 2308580) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी