প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শান্তি, কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয়ৰ বাবে প্ৰাৰ্থনাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
07 SEP 2026 9:43AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শান্তি, কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয়ৰ বাবে প্ৰাৰ্থনাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
"शं नो वातः पवतां शं नस्तपतु सूर्यः।
शं नः कनिक्रदद् देवः पर्जन्योऽभिवर्षतु॥"
এই বতাহ আমাৰ বাবে শান্তিপূৰ্ণ, স্বাস্থ্যকৰ আৰু বিশুদ্ধভাৱে প্রবাহিত হওক। সুস্থতা আৰু আশীৰ্বাদৰ উৎস হিচাপে সূৰ্যই আমাৰ ওপৰত কিৰণ বিয়পাই দিয়ক। ইয়াৰ উষ্ণতা আৰু পোহৰে আমাৰ বাবে আৰাম আৰু আনন্দ কঢ়িয়াই আনক। আৰু বৰুণ দেৱতাই আমাৰ ওপৰত জীৱনদায়িনী আৰু শুভ বৃষ্টি ছটিয়াই দিয়ক।
***
MJPS/SS/PRK/HS
(ৰিলিজ আই ডি : 2307326)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam