নৌ-পৰিবহন মন্ত্ৰালয়
সমগ্ৰ দেশৰ নতুন জলপথ কৰিডৰৰ উন্নয়ন
प्रविष्टि तिथि:
11 AUG 2026 3:50PM by PIB Guwahati
দেশত আভ্যন্তৰীণ জল পৰিবহণৰ প্ৰসাৰৰ বাবে, ৰাষ্ট্ৰীয় জলপথ আইন, ২০১৬ অনুসৰি সমগ্ৰ ভাৰতৰ ১১১ টা আভ্যন্তৰীণ জলপথক ৰাষ্ট্ৰীয় জলপথ (এনডব্লিউ) হিচাপে ঘোষণা কৰা হৈছে। বৰ্তমানলৈকে, সামগ্ৰী আৰু যাত্ৰীৰ চলাচলৰ উদ্দেশ্যে ৩২ খন এনডব্লিউ কাৰ্য্যকৰী হৈ আছে। তদুপৰি, ২০২৬-২৭ ৰ বাবে বাজেট ঘোষণা অনুসৰি আৰু অধ্যয়নৰ ওপৰত আধাৰিত কৰি, অহা পাঁচ বছৰত ক্ৰুজ পৰ্যটন আৰু যাত্ৰীবাহী ফেৰী পৰিচালনাৰ বাবে ১৯ টা অতিৰিক্ত নতুন এনডব্লিউ চিনাক্ত কৰা হৈছে। এই এনডব্লিউসমূহৰ সবিশেষ সংযুক্তিত দিয়া হৈছে।
দেশত নতুন এনডব্লিউ ঘোষণা কৰাৰ পূৰ্বে কাৰ্গো আৰু যাত্ৰী পৰিবহণৰ বাবে ইতিমধ্যে ঘোষণা কৰা আৰু সম্ভৱপৰ এনডব্লিউ বিকশিত কৰাটো চৰকাৰৰ কেন্দ্ৰবিন্দু হৈ আহিছে।
সংযুক্তি
|
National Waterway
|
State
|
|
FY 2026-27
|
|
|
NW-49 (Jhelum River), NW-26 (Chenab River) and NW-84 (Ravi River)
|
Jammu & Kashmir
|
|
NW-51 (Kabini River) and NW-90 (Sharavati River)
|
Karnataka
|
|
NW-88 (Sal River)
|
Goa
|
|
FY 2027-28
|
|
|
NW-52 (Kali River) and NW-41 (Ghataprabha River)
|
Karnataka
|
|
NW-22 (Birupa–Badi–Genguti–Brahmani System) and NW-96 (Subarnarekha River)
|
Odisha
|
|
FY 2028-29
|
|
|
NW-25 (Chapora River)
|
Goa
|
|
NW-13 (AVM Canal) and NW-59 (Kottayam–Vaikom Canal)
|
Kerala
|
|
FY 2029-30
|
|
|
NW-89 (Savitri River & Bankot Creek), NW-28 (Dabhol Creek–Vashishti River)
|
Maharashtra
|
|
NW-20 (Bhawani River)
|
Tamil Nadu
|
|
FY 2030-31
|
|
|
NW-98 (Sutlej River)
|
Himachal Pradesh & Punjab
|
|
NW-76 (Panchgangavali River)
|
Karnataka
|
|
NW-37 (Gandak River)
|
Uttar Pradesh
|
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাত এটা লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।
*****
MI/Indu/MK
(रिलीज़ आईडी: 2297945)
आगंतुक पटल : 8