গৃহ মন্ত্ৰালয়
ড্ৰাগছ সৰবৰাহৰ প্ৰতিৰোধৰ ব্যৱস্থা
प्रविष्टि तिथि:
05 AUG 2026 3:09PM by PIB Guwahati
নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৰোধ কৰাৰ বাবে চৰকাৰে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে; ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ:
(ঝ) অবৈধ ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ সেৱনৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ ২৬.০৬.২০২৬ তাৰিখে ‘ড্ৰাগছ নিয়ন্ত্ৰণৰ বিষয়ত ভিজন ডকুমেণ্ট’ (২০২৬-২০২৯)’ প্ৰকাশ কৰা হয়। ইয়াত ড্ৰাগছ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন অংশীদাৰৰ বাবে স্পষ্ট অগ্ৰাধিকাৰ আৰু সময় নিৰ্ধাৰিত লক্ষ্যৰে ৩ বছৰীয়া ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰা হৈছে। এইক্ষেত্ৰত ‘সমগ্ৰ চৰকাৰ’ আৰু ‘সমগ্ৰ সমাজ’ পদ্ধতি গ্ৰহণ কৰা হৈছে।
(ii) ড্ৰাগছ কণ্ট্ৰল ব্যুৰো (এনচিবি), ড্ৰাগছ ল’ এনফৰ্চমেণ্ট এজেন্সী (ডিএলইএ) আৰু ৰাজ্যিক আৰক্ষী নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰ'পিক ছাবটেন্সেছ (এনডিপিএছ) এক্ট, ১৯৮৫ৰ অধীনত বলৱৎকাৰী কাৰ্য্যকলাপত সক্ৰিয়ভাৱে জড়িত হৈ আছে।এই সমন্বিত প্ৰচেষ্টাসমূহে ড্ৰাগছ জব্দ, গোচৰ পঞ্জীয়ন, গ্ৰেপ্তাৰ, জব্দ কৰা ড্ৰাগছ নিষ্কাশন, নিচাযুক্ত সামগ্ৰীৰ উদ্ভিদৰ অবৈধ খেতি ধ্বংস কৰা, আৰ্থিক বিষয়ৰ তদন্ত আৰু নিচাযুক্ত দ্ৰব্য তথা মনোৰোগ সৃষ্টিকাৰী পদাৰ্থৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ (পিআইটিএনডিপিএছ) আইন, ১৯৮৮ৰ অধীনত প্ৰতিৰোধমূলক আটকৰ দিহা কৰা হৈছে।
(iii) ভাৰতত ড্ৰাগছ সৰবৰাহ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থা তথা অন্যান্য অংশীদাৰসকলৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰিবলৈ ৪ স্তৰৰ নাৰ্কো-কৰ্ডিনেচন চেণ্টাৰ (এন চি অ’ ডি) ব্যৱস্থা স্থাপন কৰা হৈছিল।
(iv) এন চি বিয়ে এন চি অৰ্ড পৰ্টেল প্ৰস্তুত কৰিছে। ই ড্ৰাগছ আইন প্ৰয়োগৰ সৈতে জড়িত তথ্যৰ এক বিস্তৃত পৰ্টেল। এন চি অ’ ডি, প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ, ড্ৰাগছ অপৰাধীৰ তথ্য, আইনী তথ্য আৰু ৰাজ্যসমূহে গ্ৰহণ কৰা পদক্ষেপৰ দৰে বিষয়সমূহ এন চি অ’ ডি পৰ্টেলত উপলব্ধ।
(v) এনচিবিৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত এখন যুটীয়া সমন্বয় সমিতি (জেচিচি) গঠন কৰা হৈছে , যাতে নিচাযুক্ত সন্ত্ৰাসবাদৰ সৈতে জড়িত উল্লেখযোগ্য ড্ৰাগছ সম্পৰ্কীয় গোচৰৰ তদন্ত চোৱাচিতা কৰিব পৰা যায় । এই পৰ্যন্ত কেন্দ্ৰীয় পৰ্যায়ত ১১খন আৰু ৰাজ্যিক পৰ্যায়ত ৭৫খন জেচিচিৰ বৈঠক অনুষ্ঠিত হৈছে।
(vi) ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো আৰক্ষী সঞ্চালক প্ৰধানক (ডিজিপি)ক অনুৰোধ কৰা হৈছে যে বিট কনিষ্টবল, ক্ষেত্ৰ বিষয়া আৰু এছএইচঅ’সকলক ‘ৰেড ফ্লেগ ইনডিকেটৰ’ (আৰএফআই) আৰু কৃত্ৰিম ড্ৰাগছ, বিশেষকৈ মেফেড্ৰন আৰু এম্ফেটামাইন-টাইপ ষ্টিমুলেণ্ট (এটিএছ) গোপনে প্ৰস্তুতৰ সৈতে জড়িত উদীয়মান ভাবুকিৰ বিষয়ে সচেতন কৰা হৈছে।
(vii) এনচিবিয়ে নিয়মিতভাৱে অন্যান্য সংস্থাসমূহৰ সৈতে ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবলৈ যৌথ অভিযান চলাই আহিছে—যেনে আবকাৰী বিভাগ, সীমান্ত নিৰাপত্তা বাহিনী (বিএছএফ), আৰু ৰাজ্যিক নিচাযুক্ত দ্ৰব্য বিৰোধী টাস্ক ফ’ৰ্চ (এনটিএফ)।
(viii) সংগঠিত কৃত্ৰিম ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কসমূহ ভাঙি পেলোৱা আৰু দুৰ্বল কৰাৰ বাবে এনচিঅ’ৰ্ড, জেচিচি, আৰু আঞ্চলিক সন্মিলনৰ দৰে মঞ্চৰ জৰিয়তে বিত্তীয় তদন্ত আৰু পিআইটিএনডিপিএছ আইনখনৰ ফলপ্ৰসূ ৰূপায়ণৰ বিষয়ত নিয়মীয়াকৈ গুৰুত্ব দিয়া হৈছে।
(ix) অপৰাধৰ বিত্তীয় তদন্তৰ সুবিধাৰ বাবে বিস্তৃত নিৰ্দেশনা জাৰি কৰা হৈছে, লগতে সম্পত্তিৰ পদ্ধতিগত চিনাক্তকৰণ, অনুসন্ধান আদি বিষয় সংলগ্ন কৰা হৈছে।
(x) এনচিবিয়ে নিচাযুক্ত দ্ৰব্যৰ সৈতে জড়িত আইন প্ৰয়োগকাৰী বিষয়া আৰু সংস্থাসমূহৰ সামৰ্থ্য গঢ়ি তুলিবলৈ কৰ্মশালা, সন্মিলন, আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰি আহিছে। আমেৰিকাৰ ড্ৰাগ বলৱৎকাৰী প্ৰশাসনৰ (US-DEA) সহযোগত এনচিবিয়ে নিয়মিতভাৱে গোপন পৰীক্ষাগাৰৰ তদন্ত আৰু পূৰ্বসূৰী ৰাসায়নিক পদাৰ্থৰ অপব্যৱহাৰৰ বিষয়ত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে, য’ত কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্যিক ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থা (DLEA)ক প্ৰতিনিধিত্ব কৰা বিষয়াসকলে অংশগ্ৰহণ কৰে। (xi) ভাৰতে ম্যানমাৰ, নেপাল, থাইলেণ্ড, শ্ৰীলংকা, ইণ্ডোনেছিয়া, ছিংগাপুৰ, আৰু আমেৰিকাৰ দৰে দেশৰ সৈতে ড্ৰাগছ সম্পৰ্কীয় বিষয়সমূহত নিয়মীয়াকৈ সঞ্চালক প্ৰধান (ডিজি) পৰ্যায়ৰ/দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰে।
(xii) এনচিবিয়ে ২৭খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু ১৯খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে ড্ৰাগছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিছে।
২০২৪ চনৰ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে (এনচিআৰবি) প্ৰকাশ কৰা শেহতীয়া তথ্যৰ ভিত্তিত ২০২০–২০২৪ বৰ্ষৰ ভিতৰত জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ সবিশেষ পৰিশিষ্ট-Iত দিয়া হৈছে।
২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত সামুদ্ৰিক পথেৰে সৰবৰাহৰ সময়ত জব্দ কৰা নিচাযুক্ত দ্ৰব্য আৰু চাইকোট্ৰ'পিক পদাৰ্থৰ সবিশেষ, বিভিন্ন ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থা (ডি এল ই এ)য়ে এন চি বিক দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত পৰিশিষ্ট-IIত দিয়া হৈছে।
পৰিশিষ্ট-I
২০২০-২০২১ চনৰ ভিতৰত জব্দ কৰা নিচাজাতীয় দ্ৰব্যৰ সবিশেষ
|
SL
|
Crime Heads
|
2020
|
2021
|
|
KGs.
|
Nos.
|
Ltrs.
|
KGs.
|
Nos.
|
Ltrs.
|
|
|
1
|
Opium Based Drugs
|
246223.868
|
0
|
0
|
268671.105
|
0
|
0
|
|
|
2
|
Cannabis Based Drugs
|
853554.414
|
0
|
0
|
796080.805
|
0
|
0
|
|
|
3
|
Cocaine(In Kg)
|
493.009
|
0
|
0
|
2220.490
|
0
|
0
|
|
|
4
|
Psychotropic Substances
|
5357.801
|
0
|
0
|
1457.439
|
0
|
0
|
|
|
5
|
Medicinal Preparations
|
82111.512
|
56069140
|
139495.917
|
51299.887
|
44578576
|
682129.967
|
|
|
6
|
Drug Precursor - Acetic Anhydride
|
17.612
|
0
|
0
|
0.000
|
0
|
0
|
|
|
7
|
Cannabis Plants
|
-
|
-
|
-
|
-
|
-
|
-
|
|
|
7
|
Poppy Plants
|
-
|
-
|
-
|
-
|
-
|
-
|
|
|
8
|
Other Drugs
|
129009.023
|
3185911
|
964736.080
|
17415.976
|
3834111
|
213496.370
|
|
|
|
Total
|
1316767.239
|
59255051
|
1104231.997
|
1137145.702
|
48412687
|
895626.337
|
|
|
Source: Crime in India (NCRB)
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
২০২২-২০২৪ চনৰ ভিতৰত জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ সবিশেষ
|
SL
|
Crime Heads
|
2022
|
2023
|
2024
|
|
KGs.
|
Nos.
|
Ltrs.
|
KGs.
|
Nos.
|
Ltrs.
|
KGs.
|
Nos.
|
Ltrs.
|
|
1
|
Opium Based Drugs
|
337169.905
|
0
|
0
|
408104.285
|
0
|
0
|
369695.842
|
0
|
0
|
|
2
|
Cannabis Based Drugs
|
1716700.049
|
0
|
0
|
546767.616
|
0
|
0
|
537675.049
|
0
|
3859.221
|
|
3
|
Cocaine(In Kg)
|
71.829
|
0
|
0
|
112.533
|
0
|
0
|
1317.380
|
0
|
0
|
|
4
|
Psychotropic Substances
|
3042.983
|
0
|
0
|
6084.795
|
0
|
0
|
7101.037
|
1821
|
0
|
|
5
|
Medicinal Preparations
|
16249.711
|
17189558
|
4561206.774
|
12847.491
|
19653370
|
1946256.961
|
4589.101
|
40487768
|
854251.987
|
|
6
|
Drug Precursor - Acetic Anhydride
|
0.000
|
0
|
0
|
186.407
|
0
|
0
|
61.059
|
0
|
0
|
|
7
|
Cannabis Plants
|
-
|
-
|
-
|
-
|
-
|
-
|
0.000
|
27384433
|
0
|
|
7
|
Poppy Plants
|
-
|
-
|
-
|
-
|
-
|
-
|
0.000
|
478405
|
0
|
|
8
|
Other Drugs
|
7341.059
|
301413
|
79542.325
|
61436.962
|
1251916
|
23322.453
|
22131.639
|
24300
|
7229.925
|
|
|
Total
|
2080575.536
|
17490971
|
4640749.099
|
1035540.089
|
20905286
|
1969579.414
|
942571.125
|
68376727
|
865341.133
|
|
Source: Crime in India (NCRB)
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
পৰিশিষ্ট-I
২০২১-২০২৫ চনৰ ভিতৰত সামুদ্ৰিক পথৰ জৰিয়তে অবৈধভাবে সৰবৰাহ কৰিব বিচৰা তথা জব্দ কৰা নিচাযুক্ত দ্ৰব্য আৰু চাইকোট্ৰ'পিক পদাৰ্থৰ সবিশেষ
|
Drug (in kgs/ Nos)
|
2021
|
2022
|
2023
|
2024
|
2025
|
|
Amphetamine
|
0
|
221.1
|
0
|
1.165
|
305.894
|
|
Methamphetamine
|
0
|
198.1
|
2824
|
6818.365
|
0
|
|
Mixture of ATS & Ketamine
|
0
|
0
|
0
|
0
|
0
|
|
Charas
|
0
|
528.7
|
0
|
3187
|
1.335
|
|
Cocaine
|
303.403
|
111.755
|
85.006
|
0
|
0
|
|
Heroin
|
4242.36
|
1789.14
|
0
|
86.6
|
0
|
|
Ketamine
|
0
|
0
|
0
|
0
|
0
|
|
Morphine
|
0
|
0
|
0
|
0
|
0
|
|
Ganja
|
0
|
422.04
|
0
|
0
|
53.62
|
|
Hashish Oil
|
0
|
1
|
0
|
0
|
29.954
|
|
Total (In Kg)
|
4545.763
|
3271.834
|
2909.006
|
10564.08
|
390.803
|
|
Tablets (In No.)
|
0
|
0
|
0
|
94,19,000
|
0
|
|
Injection (In No.)
|
0
|
0
|
0
|
1,000
|
0
|
সূত্ৰ: এনচিবি
ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে এই কথা উল্লেখ কৰে।
*****
RK/RR/PS/SC/DM
(रिलीज़ आईडी: 2295332)
आगंतुक पटल : 4