প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 30 MAY 2026 6:04PM by PIB Guwahati

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰে ;

‘অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswa-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।

@CMOfficeAssam’

***

MJPS/SS/ST/MK


(रिलीज़ आईडी: 2267148) आगंतुक पटल : 65
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam